• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য এছিয়া জয় : মঙলবাৰে জাকাৰ্টা অভিমুখে উৰা মাৰিব আৰ্চাৰ প্ৰমীলা দৈমাৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 14, 2018 11:39 am
BB

ফাইল ফটো : প্ৰমীলা দৈমাৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰৰ কঠালগুৰিস্থিত স্প’ৰ্টছ অথ’ৰিটি অব ইণ্ডিয়া চমুকৈ ছাইৰ খেলপথাৰৰ প্ৰাংগণত আজি ৰাতিপুৱা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হৈ প্ৰতিভাৱান আৰ্চাৰ তথা এছিয়ান গেইমছলৈ নিৰ্বাচিত হোৱা ওদালগুৰিৰ জীয়ৰী প্ৰমীলা দৈমাৰীক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা প্ৰদান কৰে।

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত ১৮ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বহু প্ৰতিক্ষিত এছিয়ান গেইমছত ভাগ লোৱাৰ উদ্দেশ্যে ১৪ আগষ্ট অৰ্থাৎ মঙলবাৰে জাকাৰ্টালৈ উৰা মাৰিব প্ৰমীলা দৈমাৰী। সেয়ে আৰ্চাৰগৰাকীক ছাইৰ ছাত্ৰ-ছাত্ৰী তথা কৰ্তৃপক্ষই আজি শুভেচ্ছা প্ৰদান কৰে।

আজিৰ এই শুভেচ্ছামূলক অনুষ্ঠানটিত বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ইএম দনেশ্বৰ গয়াৰী উপস্থিত থাকি তেওঁক শুভেচ্ছা প্ৰদান কৰে। লগতে আগন্তুক এছিয়ান গেইমছত প্ৰমীলাই ভাৰতৰ হৈ পদক আজুৰি আনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলিও গয়াৰীয়ে কয়।

IMG-20180813-WA0042

ইয়াৰ উপৰি কোকৰাঝাৰৰ সকলো খেলুৱৈকে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি গয়াৰীয়ে আজিৰ এই শুভেচ্ছামূলক অনুষ্ঠানতে মন্তব্য কৰে।

কোকৰাঝাৰ ছাইৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ ব্ৰহ্মই আজিৰ এই অনুষ্ঠানতে কয় যে ছয়গৰাকীকৈ অসমীয়া খেলুৱৈয়ে এছিয়ান গেইমছৰ বিভিন্ন খেলত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

উল্লেখযোগ্য যে অসমৰ ক্ৰীড়া জগতৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথম বাৰৰ বাবে এছিয়াডত ৬ গৰাকীকৈ অসমীয়া খেলুৱৈৰ অংশগ্ৰহণৰ খবৰে উৎফুল্লিত কৰি তুলিছে অসমৰ ক্ৰীড়া প্ৰেমীক। খেলুৱৈ কেইগৰাকী হ’ল বিশ্ববিজয়ী দৌৰবিদ হিমা দাস, আৰ্চাৰ প্ৰমীলা দৈমাৰী, শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ শিৱ থাপা, ফেন্সাৰ কবিতা দেৱী আৰু টাইকোৱানডোত ৰুদালী বৰুৱা।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd