• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিবসাগৰৰ অনু বৰুৱাৰ আত্মহত্যা : অৱশেষত পুত্ৰ-বোৱাৰীক কাৰাগাৰালৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 9:44 am
Handcuff-India-min-570x320

প্ৰতিনিধিত্বমূলক ফটো

107
VIEWS
Share on FacebookShare on Twitter

নিজৰ আত্মহত্যাৰ টোকাত বোৱাৰীক জগৰীয়া কৰি যোৱা শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰ দিছিয়ালৰ অনু বৰুৱাৰ দুই পুত্ৰ আৰু দুই বোৱাৰীক সোমবাৰে আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ৯ আগষ্টৰ পৰা পুৱা ঘৰৰ পাছফালৰ চোতালত ৰহস্যজনকভাৱে অনু বৰুৱাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এটা আত্মহত্যাৰ টোকা উদ্ধাৰ কৰা হৈছিল।

ইপিনে আৰক্ষীয়ে অনু বৰুৱাৰ আত্মহত্যাৰ আঁৰত ৰহস্যৰ গোন্ধ পাই লগে লগে দুই পুত্ৰ আৰু দুই বোৱাৰীক আটক কৰি জেৰা কৰাৰ পিছত আদালতত হাজিৰ কৰাই তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়।

ইয়াৰ পিছতে সোমবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰোৱাৰ লগে লগে চাৰিওজন অভিযুক্তকে আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰে।

অনু বৰুৱাৰ আত্মহত্যাক এটা সূত্ৰই এক হত্যাকাণ্ড বুলিও ক’ব বিচাৰে। অৱশ্যে আৰক্ষীৰ জেৰাত দুই পুত্ৰই মাতৃৰ মৃত্যু সন্দৰ্ভত বেলেগ বেলেগ তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে অনু বৰুৱাৰ আত্মহত্যা সন্দৰ্ভত কোনো তথ্য আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd