• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহালীৰ জিনজিয়া শিঙিৰবিলত বাট-পথৰ শোচনীয় ৰূপ : সাঁকোৰে যাতায়াত স্থানীয় ৰাইজৰ

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
August 14, 2018 4:59 pm
IMG-20180814-WA0044
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ জিনজিয়া শিঙিৰবিলত আজিকোপতি নিৰ্মিত হোৱা নাই এখন  উন্নত দলং৷ উন্নত ৰাস্তাৰ অভাৱত আজি শিঙিৰবিলবাসীয়ে জীয়াতু ভুগি থাকিবলগীয়া হৈছে। বৰিষাৰ সময়ত এই বিপজ্জনক সাঁকোখনেৰে পাৰ হ’বলগীয়া হয় সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন বৃত্তিধাৰী লোকসকল।

বিশ্বনাথৰ বিহালী বিধানসভা  সমষ্টিৰ জিনজিয়া শিঙিৰবিলৰ এখন দলং ৷ দলং বুলি কলে ভুল হ’ব৷ কাৰণ দলংঙৰ নামত আছে ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন জৰাজীৰ্ণ বাঁহৰ সাঁকো৷ যিখন সাঁকোৰে শ শ পৰিয়ালে দৈনন্দিন যাতায়ত কৰিবলৈ বাধ্য হৈ পৰিছে৷ এই মৰণফান্দৰ দৰে হৈ পৰা সাঁকো খনৰে যাতায়ত কৰোতে প্ৰায় ৫ বছৰ পূৰ্বে এজন লোকৰ  মৃত্যু হৈছিল৷ তথাপি চৰকাৰৰ কাণসাৰ নাই৷

Apply Now

স্বাধীনোত্তৰ কালৰে পৰা কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধি ৰাইজৰ ওচৰত উপস্থিত হৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ মাজত দলং খন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰত্যেকজন প্ৰতিনিধিয়ে দি আহিছে যদিও অদ্যাপি নিৰ্মাণ নহ’ল দলংখন ৷ ফলত পানী বাঢ়িলেই সেই অঞ্চলটোৰ ৰাইজৰ আৰম্ভ হয় মৰণপণ যাত্ৰা ৷

ৰাইজে দলংখন নিৰ্মাণ কৰি দিবলৈ দীৰ্ঘদিন ধৰি বহুবাৰ আবেদন জনাই আহিছিল যদিও, এইবাৰ পৰিবৰ্তনৰ আশাৰে আদৰিছিল পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক৷ এইবাৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তৰ বিধায়কৰ পৰা কেৱিনেট মন্ত্ৰীলৈ পদোন্নোতি ঘটিল যদিও এতিয়াও শিঙিৰবিলৰ অৱস্থাৰ উন্নতি নঘটিল।

শিঙিৰবিলৰ ৰাইজে আশা কৰিছিল যে  এইবাৰ নিশ্চয় তেওঁলোকৰ অঞ্চলটোৰ বাট – পথ ,দলঙৰ অৱস্থা উন্নত হ’ব৷ পিছে এতিয়ালৈকে সপোন সপোন হৈয়ে আছে এই সকল গঞা ৰাইজৰ ৷

মন্ত্ৰী ৰঞ্জিত দত্তৰ বাস গৃহৰ পৰা প্ৰায় ১০ কি:মি: ৰ দুৰত্বত থকা এই দলং খনলৈ আজি পৰ্যন্ত চকু নপৰিল কেবিনেট মন্ত্ৰী গৰাকীৰ৷ সভাই সমিতিয়ে  পৰিৱৰ্তনৰ  শ্লোগান দিয়া শাসনাধিষ্ঠ চৰকাৰখনে  বিহালীৰ জিনজিয়া শিঙিৰবিলৰ অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণ কৰি অঞ্চলটোক আগুৱাই যোৱাত সহায় কৰালৈ বাট চাই আছে অঞ্চলটোৰ ৰাইজে।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm
সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd