• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪০ গৰাকী ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ ক্ৰীড়া পেন্সন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 9:25 pm
sports pension

প্ৰতিনিধিত্বমূলক ছবি

101
VIEWS
Share on FacebookShare on Twitter

প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজ্য চৰকাৰে ক্ৰীড়া পেন্সন ঘোষণা কৰিছে। ক্ৰীড়া জগতৰ সৈতে জড়িত ৰাজ্যৰ ৪০গৰাকী বিশিষ্ট ব্যক্তিক ২০১৮-১৯ বৰ্ষৰ ক্ৰীড়া পেন্সনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

এইবাৰৰ ক্ৰীড়া পেঞ্চন লাভ কৰা ব্যক্তিসকল হৈছে-

কবিন্দ্ৰ নাথ বৰা, সন্তোষ গোস্বামী, গিৰিশ চন্দ্ৰ ফুকন, বীৰেন চন্দ্ৰ মেধি, অশ্বিনী কুমাৰ দাস, ক্ষীৰেশ্বৰ হাজৰিকা, অঞ্জলি চেতিয়া, কামাখ্যা দাস, প্ৰণৱজিত চলিহা, ৰবিন কুমাৰ ব্ৰহ্ম, চান্দ মহম্মদ আলী, অমিয় কুমাৰ হাজৰিকা, মাণিক চন্দ্ৰ ৰয়, পৱিত্ৰ বানোৱাৰী, মইনুল হক বৰভূঞা, কন্দৰ্প পাটগিৰি, আব্ৰাহাম ৱাৰী, নাৰায়ণ চন্দ্ৰ দাস, মুকুট চন্দ্ৰ দাস, দেৱ দলে, নৰেন্দ্ৰ সিনহা, সুৰেন গগৈ, নিলিমা চৌধুৰী, সুশীল ফুকন, মমিন বৰদলৈ, ঘনশ্যাম গগৈ, সুভাষ সৰকাৰ, আমজাদুৰ ৰহমান, মোহন চন্দ্ৰ বৰা, সুখময় সিনহা, অজন্তা শইকীয়া, ঋত্বিক শইকীয়া, লীলাৱতী দৈমাৰী, থানেশ্বৰ শইকীয়া, বিচিত্ৰ কুমাৰ গগৈ, তাহেৰ আলী, গণেশ ৰায়, অৰুণা সোণোৱাল গগৈ, হেমচন্দ্ৰ দাস আৰু সঞ্জীৱ শইকীয়া।

উল্লেখযোগ্য যে চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত এই তালিকাত পেঞ্চনপ্ৰাপকসকলক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd