• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰিৰ স্বাৰ্থতে বিদেশী ন্যায়াধিকৰণত কৰ্মৰত বিষয়াই বিদেশী ঘোষণাৰ প্ৰতিযোগিতাত নামিছে : আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2018 7:24 am
Foreigners-tribunal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিদেশী ন্যায়াধিকৰণে স্বদেশী মানুহক সততে বিদেশী ঘোষণা কৰি নতুন নতুন সমস্যাৰ সৃষ্টি কৰি আছে।”

১৪ আগষ্টত দিচপুৰস্থিত আমছুৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰিছে আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে।

Apply Now

তাৎপৰ্য্যপূৰ্ণভাৱে আমছুৰ উপদেষ্টাগৰাকীয়ে স্বাধীন দেশৰ নাগৰিক হৈয়ো পৰাধীন হিচাপে থকা বুলি এক মন্তব্য কৰে। তেওঁ লগতে কয়, “বিদেশী আইন ১৯৪৬ আৰু বিদেশী ন্যায়াধিকৰণ আইন ১৯৬৪-ৰ অধীনত যিবিলাক ন্যায়াধিকৰণ হৈ আছে, সেইবোৰে আমাক ভাবিবলৈ বাধ্য কৰিছে আমি এতিয়াও স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিব পৰা নাই।”

আনহাতে, ‘বিদেশী ন্যায়াধিকৰণত কৰ্মৰত বিষয়া বা অন্য সদস্যসকলৰ মাজত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা’ বুলি মন্তব্য কৰি তেওঁ কয় “এবছৰ-ডেৰবছৰ ধৰি তেওঁলোকৰ মাজত কোনে কিমান বিদেশী হিচাপে ঘোষণা কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলিছে।”

তেওঁ লগতে অসম চৰকাৰৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাই কয়, “কিছুদিন পূৰ্বে ন্যায়াধিকৰণত কাম কৰা ১৯গৰাকীকৈ সদস্যক অসম চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। তেওঁলোকক এটা কাৰণেই বৰ্খাস্ত কৰিছে যে তেওঁলোকে বিদেশী বেছি পৰিমাণে ঘোষণা কৰিব নোৱাৰিলে।”

সেয়েহে ন্যায়াধিকৰণৰ বাকী সকস্যসকলেও নিজৰ চাকৰি জীয়াই ৰখাৰ স্বাৰ্থত সামান্য নামৰ বানানৰ ভুল, ভোটাৰ তালিকাত বয়সৰ সামান্য তাৰতম্যৰ ভুলৰ বাবে হাজাৰ-হাজাৰ লোকক বিদেশী হিচাপে ঘোষণা কৰি অহা বুলি আজিজুৰে সংবাদমেলত গুৰুতৰ অভিযোগ তোলে।

“আনহাতে, বিদেশী চিনাক্তকৰণৰ যি আৰ্হি আছে, তাৰ জৰিয়তে অসম চৰকাৰে বিদ্যশী ন্যায়াধিকৰণৰ লোকসকলক নিৰ্দেশ দিছে যে যিমান সম্ভৱ সিমানেই বিদেশী ঘোষণা কৰিব লাগে।” আজিজুৰে সংবাদমেলত এইদৰে কয়।

সংবাদমেলত তেওঁ চৰকাৰলৈ কেইটামান দাবী উত্থাপন কৰে :

বিদেশী ন্যায়াধিকৰণৰ সদস্য পদত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ পৰ্য্যায়ৰ লোকক নিযুক্তি দিয়া,

পুনৰীক্ষণ কেৱল একপক্ষীয়ভাৱে কিমানজনক বিদেশী বুলি ঘোষণা কৰিলে তাতে সীমাবদ্ধ নাথাকি সামগ্ৰিকভাৱে সদস্যজনে মাহত কৰা সমগ্ৰ গোচৰৰ পুনৰীক্ষণ কৰা,

ঠিকাভিত্তিক নিয়োজিতসকলক অব্যাহতি প্ৰদান কৰি স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা,

নিয়োগৰ সময়ত অসম ন্যায়িক সেৱাৰ দৰে লিখিত পৰীক্ষাৰ আয়োজন কৰি যোগ্যজনক স্বচ্ছভাৱে বাছনি কৰি নিয়োগ কৰা,

কোনো ন্যায়াধিকৰণৰ সদস্যই অন্যায়ভাৱে কোনো লোকক বিদেশী অথবা স্বদেশী ঘোষণা কৰিলে তেনে সদস্যক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা।

লগতে তেওঁ ‘বিদেশী ন্যায়াধিকৰণৰ প্ৰতি ক্ৰমাগতভাৱে ৰাইজৰ মাজত বৃদ্ধি হোৱা ভয়-শংকা তথা নঞাৰ্থক ধাৰণা আঁতৰ কৰাৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd