• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁৱৰ লাহৰীঘাটত বিধ্বংসী অগ্নিকাণ্ড; ৭টা ঘৰ ভস্মীভূত

জহিৰুল ইছলাম by জহিৰুল ইছলাম
August 16, 2018 10:31 am
Screenshot_2018-08-16-14-18-30

ফটো : নৰ্থ-ইষ্ট নাও

113
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাঁৱৰ হেফজুৰ ৰহমানৰ গৃহত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। জানিব পৰা মতে কালি নিশা প্ৰায় ১০-১৫ বজাত হেফজুৰ ৰহমানৰ ঘৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটি এই বিধংসী অগ্নিকাণ্ডটো সংঘটিত হয় আৰু ভস্মীভূত হয় ৭টা কৈ বাসগৃহ।

নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা অঞ্চলটোত ক্ষন্তেকৰ বাবে হুৱা দুৱাৰ সৃষ্টি হয় যদিও অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত নুমুৱাবলৈ সক্ষম হয় জুই। জুইত নগদ ধনসহ, পশুধনৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায়। তাৰোপৰি জাহ গ’ল পৰিয়ালকেইটাৰ বহু লাগতিয়াল তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

অৱশ্যে পাছত অগ্নিকাণ্ড সংঘটিত হোৱা স্থলীত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ সৈতে এটা দল উপস্থিত হৈ অগ্নিকাণ্ডত সৰ্বহাৰা হোৱা পৰিয়াল কেইটাক আশ্বাস দিয়াৰ লগতে চিন্তিত নহ’বলৈও আহ্বান জনায়।

উল্লেখ্য যে সমাগত ঈদ। ঈদৰ আগমূহুৰ্তত এনে বিধ্বংসী জুইয়ে হেফজুৰ ৰহমানৰ লগতে আবুল কালাম, ফৰিদা খাতুন, জৰিণা খাতুন, হাফিজা খাতুন আৰু মোকছিদুল ৰহমানৰ বাসগৃহ সম্পূৰ্ণৰূপে নিশেষ হৈ সৰ্বস্বান্ত হোৱাত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

ইপিনে জুই নুমুৱাবলৈ স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও উপস্থিত নোহোৱাক লৈ কটু সমালোচনা কৰাৰ লগতে প্ৰসাশনক অনতি পলমে লাহৰীঘাটত অগ্নি নিৰ্বাপক চাউনি স্থাপন কৰিবলৈ দাবী উত্থাপন কৰে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd