• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ ছেপ্তেম্বৰত ‘ৰাজভৱন ঘেৰাও’ অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 9:02 am
Raj Bhavan

প্ৰতিনিধিত্বমূলক চিত্ৰ

96
VIEWS
Share on FacebookShare on Twitter

নিজৰ শিক্ষকতা জীৱনক লৈ অনিশ্চয়তাত ভুগিছে অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষকসকল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসকল শিক্ষকৰ জীৱনক লৈ বছৰ বছৰ ধৰি হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে।

সময়ে সময়ে বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো প্ৰদান নকৰাত কৰ্মৰত শিক্ষকসকলৰ ভৱিষ্যত জীৱন সন্দিহান হৈ পৰিছে।

সম্প্ৰতি ৰাজ্যৰ আন জিলাৰ দৰে বাক্সা জিলাৰো বহু শিক্ষক বিনা বেতনেৰে কৰ্মৰত হৈ আছে। জিলাখনৰ বিদ্যালয়ত কৰ্মৰত এইসকল শিক্ষকৰ অৱসৰলৈ কাৰোবাৰ যদি দুমাহ আছে আন কাৰোবাৰ আছে দুবছৰ।

আহুকালৰ সৃষ্টি হোৱা এইসকল শিক্ষকে বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰাৰ দাবীৰে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱাল আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অধিকাংশ বিদ্যালয় প্ৰদেশিকীকৰণ কৰি পুনৰ বাকী বিদ্যালয়সমূহক প্ৰদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰীৰ ঘোষণা আজিলৈ প্ৰতিশ্ৰতি হৈ থকাত এতিয়া সেই শিক্ষকসকলৰল জীৱনলৈ নামি আহিছে চৰম অন্ধকাৰ।

মন কৰিবলগীয়া যে বাক্সা জিলাৰ অপ্ৰদেশিকীকৃত বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি কুশল কুমাৰ হালৈয়ে সংবাদ মাধ্যমৰ আগত আক্ষেপ কৰি কয় যে যদিহে ৰাজ্য চৰকাৰে আমাৰ এই বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে আমাৰ জিলা সন্থাই অহা ৫ ছেপ্তেম্বৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হম।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd