• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী ৰাজেন গোহাঁইৰ ভাবুকি নে ধন!! : গোচৰ প্ৰত্যাহাৰ কৰা বুলি স্বীকাৰ ‘ধৰ্ষিতা’ পত্নীৰ স্বামীৰ (ভিডিঅ’ আছে)

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 3:56 pm
Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে ধৰ্ষণ কৰা বুলি নগাওঁ সদৰ থানাত এজাহাৰ দিয়া নগাওঁ দেউৰী গাৱঁৰ মহিলাগৰাকীৰ গিৰীয়েকে আওপকীয়াকৈ ঘটনাটোত আপোচৰ পথ গ্ৰহণ কৰিছে।

এটা ভিডিঅ’ত মহিলাগৰাকীৰ গিৰীয়েকে এই ঘটনাটোৰ সত্যতা অস্বীকাৰ নকৰাকৈয়ে গোচৰ দিয়াটোক ভুল হৈছিল বুলি স্বীকাৰ কৰা দেখা গৈছে। তেওঁ কয় যে যোৱা ২ আগষ্টত তেওঁৰ পত্নীয়ে নগাওঁ সদৰ থানাত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছত ৬ তাৰিখে আকৌ সেই গোচৰ প্ৰত্যাহাৰ কৰিবলৈও আৱেদন জনায়।

Apply Now

কিন্তু ইতিমধ্যে যিহেতু গোচৰ পঞ্জীয়ন হৈছিল, গতিকে তেওঁলোকে যোৱা ৮ আগষ্টত জিলা দণ্ডাধীশ অভিজিৎ শইকীয়াৰ ওচৰতো গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ আৱেদন জনায়।

গতিকে এই বিষয়টোক লৈ সংবাদ মাধ্যমে অধিক প্ৰচাৰ নকৰিবলৈও তেওঁ আহ্বান জনাইছে।

উল্লেখযোগ্য যে নগাৱঁৰ দেউৰী গাৱঁৰ মহিলাগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীজনে তেওঁক আৰু তেওঁৰ ভনীয়েকক চাকৰি দিয়াৰ প্ৰলোভন দি দীৰ্ঘদিনৰ পৰা ধৰ্ষণ কৰি আহিছে বুলি এজাহাৰত উল্লেখ কৰিছিল। এই এজাহাৰৰ ভিত্তিত নগাওঁ সদৰ থানাই মন্ত্ৰীজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। কথাটো সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা হোৱাত দিচপুৰৰ পৰা দিল্লীলৈকে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মন্ত্ৰীজনৰ পদত্যাগৰ দাবীও উঠিছিল।

আনহাতে ছ’চিয়েল মিডিয়াত এটা অডিঅ’ৰ বহুল প্ৰচাৰ হোৱা দেখা গৈছে, যিটোত ৰাজেন গোহাঁই আৰু ধৰ্ষণৰ অভিযোগ অনা মহিলাগৰাকীৰ স্বামীজনৰ মাজৰ কথোপকথন বুলি ধৰিব পাৰি। অডিঅ’টোত মহিলাগৰাকীৰ স্বামীজন আৰু ৰাজেন গোহাঁই, দুয়োজনেই মহিলাগৰাকীৰ লগত মন্ত্ৰী গোহাঁইৰ শাৰীৰিক সম্পৰ্কৰ স্পষ্টকৈ ক্ৰমে অভিযোগ আৰু স্বীকাৰ কৰিছে।

ইয়াৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰী হ’ল বুলিয়েই নিজৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্কক মানি লোৱাটোত আশ্চৰ্য্য প্ৰকাশ কৰিছে একাংশ লোকে। অৱশ্যে কিছুদিন পূৰ্বে তেওঁলোকৰ জীৱনৰ শংকা আহিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল মহিলাগৰাকীৰ গিৰীয়েকে। আনহাতে ইয়াত বৃহৎ অংকৰ ধনৰ লেনদেনৰ সম্ভাৱনাও প্ৰকাশ কৰিছে আন একাংশই।

(Facebook ত পোৱা এটা লিংক তলত দিয়া হ’ল।)

https://www.facebook.com/129036877262273/videos/1149137731918844/

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd