• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ বিশ্বনাথবাসীৰ শ্ৰদ্ধাঞ্জলি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 18, 2018 9:25 pm
Tribute to Vajpayee
132
VIEWS
Share on FacebookShare on Twitter

ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত আজি বিশ্বনাথ পৌৰ সভাৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ বিনাপানি নাট্য মন্দিৰ প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই উপলক্ষে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়া সকলে বন্তি প্ৰজ্বলন কৰে।সাংবাদিক ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে বিশ্বনাথৰ পৌৰপতি ৰুলী শৰ্মাই।

সভাৰ আৰম্ভণিতে বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমাজকর্মী লোক নাথ শৰ্মাই গীতাৰ এটি শ্লোক পৰিৱেশন কৰে। ইয়াৰ পিছতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। বিধায়ক গৰাকীয়ে বাজপেয়ীয়ে অসমলৈ আগবঢ়োৱা বিভিন্ন অৱদানক স্মৰণ কৰে। তেওঁ ‘প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত নিৰ্মিত পথৰ কাষত বাজপেইৰ প্ৰতিচ্ছবি ৰখাৰ আহ্বান জনায়।

সভাত বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ড০ নিত্যানন্দ গগৈ, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকটি, বিশ্বনাথ মহাবিদ্যালয়ৰ অধক্ষ্য ড০ মৃণাল কুমাৰ বৰা, বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সভাপতি অপূৰ্ব কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ ভূঞা, অৰুণা বৰা, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সভানেত্ৰী কনকলতা নেওগ, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ধনদা কলিতা, সমাজ কর্মী ঈশ্বৰ ভাগৱতী আদিয়ে বক্তব্য আগবঢ়ায়। সভাত মিনাক্ষী দেৱীয়ে বাজপেয়ীৰ ওপৰত এটি কবিতা পাঠ কৰাৰ লগতে অখিল অসম ভোজপুৰী পৰিসদৰ সুৰেন্দ্ৰ কুমাৰ চাহাই বাজপেয়ীৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd