• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত শিক্ষয়িত্ৰীৰ মৃত্যু; আৰু কিমান শিক্ষকৰ মৃত্যু হ’লে হৃদয় গলিব পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 20, 2018 7:17 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ চৰম প্ৰতাৰণাৰ বলি হৈ পুনৰ শিৱসাগৰৰ আন এগৰাকী বেতন বঞ্চিত শিক্ষকে মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

সুদীৰ্ঘ ৬ বছৰ বেতনৰ পৰা বঞ্চিত শিক্ষয়িত্ৰী গৰাকী দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল আৰু দেওবাৰে বিয়লি ৪ বজাত মৃত্যু  হয় শিক্ষয়িত্ৰী গৰাকীৰ। মৃত শিক্ষয়িত্ৰী গৰাকী চুৰিয়া বেগম।

Apply Now

উল্লেখযোগ্য যে প্ৰয়াত বেগম নাজিৰা মহকুমাৰ মেছাগড় স্থিত নাজিৰা শিক্ষা খণ্ডৰ অধীনৰ বৰতল মুক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল আৰু ১৯৯৯ চনত নিযুক্তি লাভ কৰা শিক্ষয়িত্ৰী গৰাকীয়ে বৰ্তমানলৈকে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

বহু দিন ধৰি ৰোগাক্ৰান্ত শিক্ষয়িত্ৰী গৰাকীক যোৱা ১৭ আগষ্টৰ দিনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত  ভৰ্তি কৰোৱাৰ পিছতে দেওবাৰে ডিব্ৰুগড়ৰ সঞ্জিৱনী মেডিকেলত ভৰ্তি কৰাইছিল।

কিন্তু দুৰ্ভাগ্যবশত দেওবাৰে বিয়লি ৪ বজাত শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যু হয়। ৫৮ বছৰীয়া এই গৰাকী বেতন বঞ্চিত শিক্ষয়িত্ৰীয়ে  স্বামীৰ লগতে বহুটো আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।

আনহাতে এনেদৰে এগৰাকী বেতন বঞ্চিত শিক্ষয়িত্ৰীয়ে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱাত ক্ষুভিত হৈ পৰিছে শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষক সমিতি।

আনকি ক্ষোভত সমিতিখনে চৰকাৰক প্ৰশ্ন কৰি কয় যে, ‘আৰু কিমান শিক্ষকৰ মৃত্যু হ’লে হৃদয় গলিব জাতি, মাটি, ভেটি ৰক্ষা আৰু পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক তথা মুখ্য মন্ত্ৰীৰ।’

বৰ্তমানলৈকে চৰকাৰৰ বঞ্চনাৰ বলি হৈ বিনা বেতনেৰে ৩৪ গৰাকী শিক্ষকে মৃত্যুক আঁকোৱালি লোৱা বুলি সমিতিখনে উল্লেখ কৰি পুনৰ আন এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যুত তেওঁলোকে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে।

আনহাতে বেতন বঞ্চিত শিক্ষক সমিতিৰ সম্পাদক বসন্ত নেওগে প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যু স্বাভাৱিক নহয় আৰু এই মৃত্যুৰ বাবে অসম চৰকাৰেই দায়ী বুলি দাবী কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd