• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোককৃষ্টিৰ সাধক গোৱালপাৰাৰ শম্ভু ৰাভালৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০১৭

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 7:34 pm
359
VIEWS
Share on FacebookShare on Twitter

আজি এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগে সদৌ অসম ছাত্ৰ সন্থাই জানিবলৈ দিছে যে বিগত কেইবছৰৰ দৰে এইবাৰো সংগঠনটোৱে গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী তথা মহান শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰসাৰত বৰঙনি যোগোৱা এগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আগ বঢ়াবলৈ ওলাইছে। এইবাৰৰ অৰ্থাৎ ২০১৭ বৰ্ষৰ এই বঁটা আগ বঢ়োৱা হৈছে গোৱালপাৰা অঞ্চলৰ লোককৃষ্টিৰ সাধক, প্ৰচাৰবিমুখ শম্ভু ৰাভালৈ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ। ছাত্ৰ সংগঠনটোৱে অহা ২৭ ডিচেম্বৰত চানমাৰিৰ চহিদ উদ্যানত প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস পালন কৰিব। উক্ত অনুষ্ঠানটোতে শিল্পীজনক এই বঁটা দিয়া হ’ব বুলি সংগঠনটোৰ ফালৰ পৰা জনোৱা হৈছে।

Recent News

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd