• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানাক্ৰান্ত কেৰেলালৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰ্থিক সাহায্য প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2018 8:23 pm
f-2-570x320
99
VIEWS
Share on FacebookShare on Twitter

ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰা নদীবান্ধ পৰা এৰি দিয়া পানীৰ পৰা উদ্ভৱ হোৱা কেৰেলাৰ  প্ৰলয়ংকৰী বানপানীত এই পৰ্যন্ত ৩৭০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। বানপানীৰ দ্বাৰা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আলাপ্পুজা, এৰানাকুলাম আৰু থ্ৰিছুৰত উদ্ধাৰ অভিযান চলি আছে।

অসম চৰকাৰে বানাক্ৰান্ত কেৰেলাৰ উদ্ধাৰ কাৰ্যৰ বাবে বাবে ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ পৰা কেৰেলালৈ তৎকালীনভাৱে ৩কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। খাণ্ডুৱে এটা টুইটযোগে অৰুণাচল আৰু কেৰেলাৰ মাজত থকা প্ৰকাশ দীৰ্ঘ-দিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰিছে। খাণ্ডুৱে তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেদি  অৰুণাচলৰ জনসাধাৰণৰ হৈ কেৰেলাৰ বানপানীত নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কেৰেলালৈ ২ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।আনহাতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফু ৰিঅ’ৱে কেৰেলাৰ দুৰ্যোগ প্ৰশমন পুঁজিলৈ ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ বানাক্ৰান্ত এলেকাৰ বাবে ৫০০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও বিগত সপ্তাহত বানাক্ৰান্ত জিলাখনলৈ ১০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd