• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলগাৱঁৰ ওন্দোলাঝাৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এন আৰ চিৰ নথি; তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
August 20, 2018 8:14 pm
Ondolajhar-GP-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰে এটা অংশ ‘দাবী আৰু আপত্তি’ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হোৱাৰ সময়তে দৰং জিলাৰ দলগাওঁ ৰাজহচক্ৰৰ অন্তৰ্গত ওন্দোলাঝাৰত পৰিত্যক্ত অৱস্থাত এন আৰ চিৰ নথি উদ্ধাৰ হোৱা ঘটনাই এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে ঘটনাটো সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তই অতিৰিক্ত উপায়ুক্ত তথা এন আৰ চিৰ জিলা সমন্বয় বিষয়া বিদ্যুৎ বিকাশ ভাগৱতীক তদন্তৰ নিৰ্দেশ দিছে। যিমান পাৰি সিমান সোনকালে ইয়াৰ প্ৰতিবেদন দিবলৈও নিৰ্দেশ দিছে উপায়ুক্তজনে।

Apply Now

উল্লেখযোগ্য যে ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত স্থানীয় কিছু সংখ্যক লোকে আজি এই নথিখিনি উক্ত গাওঁ পঞ্চায়তৰ সৈতে সংলগ্ন এন আৰ চি ২৭ নং সেৱা কেন্দ্ৰটোৰ পিছফালে এটা পৰিত্যক্ত স্থানৰ পৰা উদ্ধাৰ কৰে। লোকসকলে দাবী কৰিছে যে ইয়াত কিছুমান গুৰুত্বপূৰ্ণ নথিও আছে, যিবোৰৰ মাজত লিগেচি ডাটা পুনৰীক্ষণৰ সৈতে সম্পৰ্ক থকা নথিও আছে। ইয়াৰ উপৰি তেওঁলোকে দাবী কৰামতে, এইবোৰৰ মাজত জিলা দণ্ডাধীশৰ অনুসন্ধানকাৰী দলৰ প্ৰতিবেদনো আছে, যিবোৰত জিলা নাগৰিকপঞ্জীৰ পঞ্জীয়ন কৰ্তৃপক্ষৰ ছীল-মোহৰ আৰু চহী পোৱা গৈছে। নথিবোৰ এটা প্লাষ্টিকৰ বেগৰ ভিতৰত ভৰোৱা আছিল। স্থানীয় লোকসকলে এন আৰ চি সেৱাকেন্দ্ৰটোৰ বিষয়াসকলৰ দায়িত্বহীনতাৰ ফলতেই এয়া হোৱা বুলি অভিযোগ তুলিছে আৰু ইয়াৰ তদন্ত কৰি দোষী বিষয়াক শাস্তিৰ দাবী কৰিছে।

আনহাতে এন আৰ চিৰ স্থানীয় পঞ্জীয়ক জগত জীৱন দত্তই স্থানীয় লোকসকলৰ অভিযোগ পোনচাতেই অস্বীকাৰ কৰিছে। তেওঁ কয় যে সেইবোৰ পেলনীয়া কাগজহে। অৱশ্যে সেয়া কেনেকৈ ইয়াত উদ্ধাৰ হ’বলৈ পালে তাৰ ব্যাখ্যা দিব নোৱাৰিলে বিষয়াজনে।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল- উক্ত এন আৰ চি সেৱাকেন্দ্ৰটোৰ অধীনৰ কেৱল ৩০ শতাংশ লোকৰ নামহে এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হ’ল।

 

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd