• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত ৮ মাহ পাছত গাঁত খান্দি উলিয়ালে পুতি থোৱা মৃতদেহ  : ২ হত্যাকাৰীক গ্ৰেপ্তাৰ 

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
August 23, 2018 9:45 pm
IMG_20180823_140509-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত ৮ মাহ পূৰ্বে সংঘটিত হোৱা এক নৃশংস হত্যা কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। নিজ ককায়েক আৰু ভনী জোঁৱায়েকে মিলি  হত্যা কৰি পুতি থলে ভায়েকক। ঘটনাৰ স্থান  বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ অন্তৰ্গত শান্তিপুৰ। চলিত বৰ্ষৰ জানুৱাৰি  মাহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

দীপক তছা আৰু দ্বিপেন তছা সম্পৰ্কত আছিল  ভাই-ককাই। দীপক আৰু  ভনী জোঁৱাই সুদৰ্শন তছাই  ভাতৃ  দ্বীপেন  তছাক নিজ গৃহতে  কোনো নথকা অবস্থাত  ডিঙি চেপি নৃশংসভাবে হত্যা কৰি কাষতে থকা দিৰিং নদীৰ পাৰত পুতি থয়। হত্যাকাৰী দীপক তছা আৰু জোঁৱায়েক সুদৰ্শন তছাৰ মতে মৃত দ্বিপেন তছাই প্ৰতিদিনে সুৰাপান কৰি ঘৰত মাক-বাপেকক মাৰধৰ কৰি ঘৰখনত সন্ত্ৰাস সৃষ্টি কৰি সকলোকে অতীষ্ঠ কৰি তুলিছিল।

Apply Now

আনহাতে হত্যাকাৰী দীপক  তছাৰ পত্নী ৰিতা তছাই চিকিৎসাধীন হৈ থকা মাক-বাপেকক চিকিৎসালয়ত ভাত দিবলৈ যাওঁতেই দুই ভাতৃৰ মাজত প্ৰায়েই হোৱাৰ দৰে কাজিয়াৰ সূত্ৰপাত হয়। সেই কাজিয়াত তেওঁলোকৰ ভনী জোঁৱাই আৰু দীপক তছাই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দ্বীপেন তছাক ডিঙি চেপি হত্যা কৰে। হত্যা কৰি  মৃতদেহটো ওচৰতে থকা দিৰিং নদীৰ পাৰত পুতি থয়।

হত্যাকাৰীৰ ঘৰৰ আন সদস্যই দ্বীপেন তছাৰ অনুপস্থিতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল। কাৰণ মৃত দ্বীপেনে পূৰ্বেও ঘৰত কোনো লোকক অবগত নকৰাকৈয়ে অসমৰ বাহিৰত কৰ্মৰ বাবে কেইবাবাৰো  গুছি গৈছিল।

কিন্তু এই কথা লাহে লাহে হত্যাকাৰী দীপকৰ  পত্নী ৰিতা তছাই গম পায় ৷ অৱশেষত কালি দীপক আৰু ৰিতাৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ যোৱা  গাঁৱৰ ৰাইজৰ আগত সকলো কথা বিৱৰি কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিল। গাঁৱৰ ৰাইজৰ তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ  কৰি নিজৰ জিন্মাত ৰখাৰ লগতে  দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মাটিৰ পৰা খান্দি মৰণোত্তৰৰ বাবে প্ৰেৰণ  কৰিছে।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd