• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত ৮ মাহ পাছত গাঁত খান্দি উলিয়ালে পুতি থোৱা মৃতদেহ  : ২ হত্যাকাৰীক গ্ৰেপ্তাৰ 

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
August 23, 2018 9:45 pm
IMG_20180823_140509-01
131
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত ৮ মাহ পূৰ্বে সংঘটিত হোৱা এক নৃশংস হত্যা কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। নিজ ককায়েক আৰু ভনী জোঁৱায়েকে মিলি  হত্যা কৰি পুতি থলে ভায়েকক। ঘটনাৰ স্থান  বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ অন্তৰ্গত শান্তিপুৰ। চলিত বৰ্ষৰ জানুৱাৰি  মাহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

দীপক তছা আৰু দ্বিপেন তছা সম্পৰ্কত আছিল  ভাই-ককাই। দীপক আৰু  ভনী জোঁৱাই সুদৰ্শন তছাই  ভাতৃ  দ্বীপেন  তছাক নিজ গৃহতে  কোনো নথকা অবস্থাত  ডিঙি চেপি নৃশংসভাবে হত্যা কৰি কাষতে থকা দিৰিং নদীৰ পাৰত পুতি থয়। হত্যাকাৰী দীপক তছা আৰু জোঁৱায়েক সুদৰ্শন তছাৰ মতে মৃত দ্বিপেন তছাই প্ৰতিদিনে সুৰাপান কৰি ঘৰত মাক-বাপেকক মাৰধৰ কৰি ঘৰখনত সন্ত্ৰাস সৃষ্টি কৰি সকলোকে অতীষ্ঠ কৰি তুলিছিল।

আনহাতে হত্যাকাৰী দীপক  তছাৰ পত্নী ৰিতা তছাই চিকিৎসাধীন হৈ থকা মাক-বাপেকক চিকিৎসালয়ত ভাত দিবলৈ যাওঁতেই দুই ভাতৃৰ মাজত প্ৰায়েই হোৱাৰ দৰে কাজিয়াৰ সূত্ৰপাত হয়। সেই কাজিয়াত তেওঁলোকৰ ভনী জোঁৱাই আৰু দীপক তছাই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দ্বীপেন তছাক ডিঙি চেপি হত্যা কৰে। হত্যা কৰি  মৃতদেহটো ওচৰতে থকা দিৰিং নদীৰ পাৰত পুতি থয়।

হত্যাকাৰীৰ ঘৰৰ আন সদস্যই দ্বীপেন তছাৰ অনুপস্থিতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল। কাৰণ মৃত দ্বীপেনে পূৰ্বেও ঘৰত কোনো লোকক অবগত নকৰাকৈয়ে অসমৰ বাহিৰত কৰ্মৰ বাবে কেইবাবাৰো  গুছি গৈছিল।

কিন্তু এই কথা লাহে লাহে হত্যাকাৰী দীপকৰ  পত্নী ৰিতা তছাই গম পায় ৷ অৱশেষত কালি দীপক আৰু ৰিতাৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ যোৱা  গাঁৱৰ ৰাইজৰ আগত সকলো কথা বিৱৰি কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহিল। গাঁৱৰ ৰাইজৰ তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ  কৰি নিজৰ জিন্মাত ৰখাৰ লগতে  দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মাটিৰ পৰা খান্দি মৰণোত্তৰৰ বাবে প্ৰেৰণ  কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd