• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন আমছু নেতা ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত শিৱসাগৰত ৮ সহস্ৰাধিকৰ ঐক্য সেনা অসমত যোগদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 26, 2018 11:49 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অজি শিৱসাগৰ চহৰৰ সমীপৰ ১ নং চাউলকৰা গাঁৱৰ শাস্ত্ৰীজী খেলপথাৰত আজি ঐক্য সেনা অসমৰ যোগদান সমাৰোহ অনুষ্ঠিত হয়। উজনি অসমৰ আটাইকেইখন জিলাৰ প্ৰায় ৮ সহস্ৰাধীক যুৱক-যুৱতীয়ে বিশিষ্ট যুৱনেতা ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত ঐক্য সেনা অসমত যোগদান কৰে।

পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ, বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা এই যোগদান অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামান, খোৱাং মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ চাজমিনা আখতাৰ, বিশিষ্ট লেখক জিতেন্দ্ৰ নাথ শৰ্ম্মা, জ্যেষ্ঠ সাংবাদিক গিৰিন্দ্ৰ শইকীয়া, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ মহন্ত, কাৰ্য্যকৰি সভাপতি দেৱজ্যোতি শৰ্ম্মা, মূখ্য সম্পাদক শ্বহিদুল ইছলাম, কমল কুমাৰকে ধৰি বহুটো গণ্য-মাণ্য ব্যক্তি।

Apply Now

সঞ্জীৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত নেকিবুৰ জামানে কয় যে, ঐক্য সেনা অসম নামৰ সংগঠনটো অসমৰ জাতীয় জীৱনৰ লগত আৰু জাতীয় সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বহু সংগঠনৰ দৰে কোনো ৰাজনৈতিক প্ৰভাৱ যাতে এই সংগঠনত নপৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় নেতৃত্ববৃন্দক। তেওঁ কয় অসমীয়া এটা জাতি ই ধৰ্ম নহয়। অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি জাতিটোৰ উন্নতিৰ বাবে আগবাঢ়িব যাবলৈ এই মঞৰ পৰাই তেওঁ সংগঠনটোক আহ্বান জনায়।

অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশৰ পৰিবেশ গঠন কৰা, অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষনা কৰা, নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰক সৈমান কৰোৱা, উচ্চতৰ মাধ্যমিকলৈ শিক্ষা ব্যৱস্থা বিনামূলীয়া কৰাৰ দাবী জনোৱা, চাহ মজদুৰ সকলৰ মজুৰি বৃদ্ধিৰ দাবী, সংখ্যালঘুৰ উন্নয়নৰ বাবে ৱাৰ্কাফ বৰ্ডৰ সম্পতি বেদখল মুক্ত কৰাৰ দাবীক মূল উদ্দেশ্য হিচাপে লৈ গঠিত হৈছে ঐক্য সেনা অসম নামৰ সংগঠনটোৰ।

অসমত বহু পূৰ্বে  এই সংগঠনটোৰ জন্ম হৈছে যদিও শিৱসাগৰত ইয়াৰ প্ৰভাৱ নাছিল। কিন্তু আজি ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত ৮ সহস্ৰাধিক যুৱক যুৱতীয়ে যোগদান কৰাত উজনি অসমত সংগঠনটোৱে এক গতি লাভ কৰিলে আৰু এক শক্তিশালী সংগঠন হিচাপে অসমত অতি সোনকালে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে সভাত উপস্থিত সকলে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ফৰিদ ইছলাম হাজৰীকাৰ নেতৃত্বত সমগ্ৰ শিৱসাগৰ জিলাৰ কেইবা সহস্ৰাধিক নেতা কৰ্মীয়ে আমছুৰ পৰা পদত্যাগ কৰিছিল। শিৱসাগৰত প্ৰথম অৱস্থাত প্ৰভাৱ নথকা আমছুৱে ফৰিদ ইছলাম হাজৰীকাৰ সবল নেতৃত্বত কম সময়তে এক শক্তিশালী সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ পদবীক লৈ আৰম্ভ হোৱা খোৱা কামোৰা ৰাজনীতিৰ বাবে এইজন নেতাই আমছু ত্যাগ কৰি এতিয়া ঐক্য সেনা অসমত যোগদান কৰিছে। আজিৰ সভাত ফৰিদ ইছলাম হাজৰীকাক ঐক্য সেনা অসম ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে বাবলু বেনেটক শিৱসাগৰ জিলাৰ মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd