• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যি এটকা পায় তাকো সময়ত নিদিয়ে : দৰমহা মুকলি কৰি দিয়াৰ দাবী তুলিলে এন আৰ চিৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2018 7:36 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত বৃহৎ ভূমিকা লৈ থকা ডাটা এণ্ট্ৰি অপাৰেটৰ সকলৰ দৰমহা বন্ধ হৈ থকাত সমস্যাত পৰিছে অপাৰেটৰসকল। নিচেই কম দৰমহা পোৱা ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত মাজে মাজে আন্দোলনৰ পথ ল’ব লগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।

যোৱা দুদিন মান পূৰ্বে ৰাজ্যখনৰ বিভিন্ন ঠাইত ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো দৰমহা পাবলৈ সক্ষম হোৱা নাই।

Apply Now

আজিও প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীত নগাওঁ জিলাৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত  ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে দৰমহা নিয়মীয়াকৰণৰ দাবীৰে শ্ল’গান দিয়ে। দৰমহা আদায় নিদিয়া পৰ্যন্ত এন আৰ চিৰ কাম বন্ধ ৰখাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

জানিব পৰামতে, প্ৰতিবাদটোত ৰাজহ চক্ৰটোৰৰ অন্তৰ্গত ৩৪টা এন আৰ চি সেৱা কেন্দ্ৰৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

“আমি দৰমহা নিচেই কমকৈ পাওঁ। তাকো সময়ত নাপাওঁ। আমাৰ বহুতে ভালেমান দূৰলৈ গৈ কাম কৰিবগৈ লাগে। মটৰ চাইকেলৰ তেল ভৰাবলৈও পকেটত পইচা নাথাকে।” এইদৰে কয় প্ৰতিবাদকাৰীসকলৰ এজনে।

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলালৈ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁলোকে দৰমহাটো যাতে মাহৰ ১ তাৰিখেই হয়, সেইটো নিশ্চিত কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে এন আৰ চিৰ কামত নিযুক্ত ডাটা এণ্ট্ৰি অপাৰেটৰসকলক তেনেই কম দৰমহাত খটাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই ডাটা এণ্ট্ৰি অপাৰেটৰসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰিত দৰমহা একেবাৰে কম নহয় যদিও মাজত থকা দুটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে এওঁলোকৰ দৰমহাৰ সমানে এফাল নিজৰ বাবে ৰাখি ডাটা এণ্ট্ৰি অপাৰেটৰসকলক কম টকাত খটুৱাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd