• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰচণ্ড মানসিক চাপ সৃষ্টিৰে ব্যৰ্থ কৰাৰ গুৰুতৰ অভিযোগ আনিলে হিমাই (ভিডিঅ’ আছে)

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 11:17 pm
Hima-Das_facebook-570x320

হিমা দাস। ফটোৰ উৎস : ফেচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰৰ ৰূপৰ পদক জিনা অসমৰ হিমা দাস আজি আনিছে এটা গুৰুতৰ অভিযোগ। আজি আবেলি অনুষ্ঠিত মহিলাৰ ২০০ মিটাৰৰ ছেমিত ভুল আৰম্ভণিৰে অযোগ্য ঘোষিত হোৱা উদীয়মান তথা প্ৰতিভাশালী দৌৰৰাণী গৰাকীয়ে কয় যে ব্যক্তি বিশেষে তেওঁৰ ওপৰত মানসিক চাপ দি তেওঁক সেই ভুল কৰিবলৈ বাধ্য কৰিলে।

তেওঁ স্পষ্টকৈ কয় যে অসমৰে অসমীয়া দুজন মান লোকে তেওঁৰ ওপৰত চাপ সৃষ্টি কৰিছিল। “বিভিন্ন ধৰণৰ প্ৰেছাৰ পৰিছে মাথাত। কেনেকুৱা প্ৰেছাৰ পৰিছে পিছত গম পাব। ছাৰসকলে ক’বগৈ, মই ছাৰসকলক কৈছো। তেনেকুৱা যাতে আন খেলুৱৈৰ ক্ষেত্ৰত নহয়, তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছো। কিছুমান ধৰণৰ বক্তব্যই আমাক ক্ষতি কৰে। তেনেকুৱা বক্তব্য যাতে আপোনালোকে নকৰে। যিমানেই এৰাই চলিবলৈ বিচাৰিলেও সেয়া মাথালে আহেই। বহুত নতুন খেলুৱৈ আহি আছে। আপোনালোকে তেনেকুৱা যাতে নকৰে তাৰ বাবে মই হাতযোৰ কৰিছো।” এইদৰে কৈ হিমাই আজি দুখ প্ৰকাশ কৰে।

Apply Now

তেওঁ আকৌ কয়, “মই দুজনমান ব্যক্তিক কৈছো। সেই দুজনে কন্ট্ৰভাৰ্ছি কৰি আছে। মই বাৰে বাৰে কৈছো তেনেকুৱা নকৰিব। আমি আঘাত পাওঁ। মই অপেনলি কৈছো, ২০০ মিটাৰটো বেয়া হোৱাৰ কাৰণটো সেইটোৱে। মই টেনশ্যন লৈ আছিলো। টেনশ্যন নলওঁ বুলিলেও নিজে নিজে আহে। গতিকে তেনেকুৱা নকৰিবলৈ মই অনুৰোধ কৰিছো।”

উল্লেখযোগ্য যে ৰাতিপুৱা অনুষ্ঠিত ২০০ মিটাৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ (হীটছ) দৌৰত ২৩.৪৭ ছেকেণ্ড সময় লৈ হিমাই ছেমিত প্ৰৱেশ কৰিছিল। ছেমিত তেওঁ অধিক উজ্জীৱিত প্ৰদৰ্শন আশা কৰিছিল। কিন্তু আধা ছেকেণ্ড আগতেই দৌৰ আৰম্ভ কৰা বাবে তেওঁক খেল পৰিচালকে অযোগ্য ঘোষণা কৰে।

হিমাৰ এই ব্যৰ্থতাৰ বাবে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী আৰু সচেতন ৰাইজে সংবাদ মাধ্যমৰ ওপৰতো দোষ দিয়া দেখা যায়। হিমাৰ প্ৰদৰ্শনক লৈ সংবাদ মাধ্যমে এক প্ৰকাৰৰ সংযমহীন প্ৰত্যাশা দাঙি ধৰিছিল। বহুতে অভিযোগ কৰে যে শিৱ থাপাক ধ্বংস কৰাৰ দৰেই প্ৰচাৰ মাধ্যমৰ বলিয়ালিয়ে হিমাকো ধ্বংস কৰিব পাৰে, যদিহে আমি এতিয়াও সচেতন নহওঁ।

https://www.facebook.com/nenowassam/videos/1652313658210793/

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd