• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অন্তিমবাৰৰ বাবে জাকাৰ্টা এছিয়াডত দৌৰিব অসম কন্যা হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 10:18 am
hima das assam

ফাইল ফটো

114
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেইমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে দুটাকৈ বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত আজি জাকাৰ্টাৰ ট্ৰেকত অন্তিম বাৰৰ বাবে দৌৰিব দেশৰ চাৰিশ মিটাৰৰ সম্প্ৰাজ্ঞী তথা অসম কন্যা হিমা দাস।

উল্লেখ্য যে আজি হিমাই এছিয়াডত নিজৰ শেষ ইভেণ্ট হিচাপে মহিলাৰ ৪x৪০০ মিটাৰৰ ৰীলেত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। ৪x৪০০ মিটাৰৰ মহিলা ভাৰতীয় দলটোত হিমাৰ উপৰি আছে এম আৰ পুভাম্মা, সৰিতাবেন গাইকোৱাড় আৰু ভি কে বিস্ময়া।

ভাৰতীয় সময়মতে ৪x৪০০ মিটাৰৰ চূড়ান্ত মেচখন আজি সন্ধিয়া ৬.৫০ বজাত অনুষ্ঠিত হ’ব। এই ইভেণ্টৰো হিমা দাস তথা তেওঁৰ সংগীৰ মূল প্ৰতিদ্বন্দ্বী হ’ব বাহৰেইন। বাহৰেইনক নেতৃত্ব দিব হিমাক চাৰিশ মিটাৰৰ ব্যক্তিগত ইভেণ্টত পৰাস্ত কৰা ছালৱা ঈদ নাছেৰে।

উল্লেখ্য যে, ভাৰতীয় দলটো যোৱা ২৪ আগষ্টত জাকাৰ্টাত দলৰ প্ৰশিক্ষক গেলিনা বুখাৰিনাই এক ট্ৰায়েলৰ জৰিয়তে নিৰ্বাচিত কৰে।

মনকৰিবলগীয়া যে আজিৰ এই ৰীলেতো ভাৰতীয় দলৰ মূল অস্ত্ৰ হ’ব অসম কন্যা হিমা দাস। কিয়নো উপৰ্যুপৰি দুটা দিনত জাকাৰ্টা এছিয়ান গেইমছত দুবাৰকৈ চাৰিশ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে ৪০০ মিটাৰৰ ব্যক্তিগত আৰু মিক্সড ৰেলীত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰি থৈছে।

Recent News

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd