• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ চি এছ, এ পি এছসহ ১৫জন শীৰ্ষ বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে অভিযোগনামা দাখিল কৰিব আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 8:47 am
scam-alert-stforum-1503070343

প্রতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ লগতে প্ৰৱঞ্চনা, জালিয়াতি, অপহৰণ, হত্যাকে ধৰি বিভিন্ন অপৰাধৰ গোচৰত অভিযুক্ত পাঁচজন এ চি এছ, এ পি এছ আৰু এজন শীৰ্ষ কৰ বিষয়াসহ ১৫জন চৰকাৰী বিষয়াৰ বিৰুদ্ধে আৰক্ষী তথা তদন্তকাৰী সংস্থাই শীঘ্ৰেই অভিযোগনামা দাখিল কৰিব।

জানিব পৰা মতে ১১টা গোচৰত অভিযুক্ত এই বিষয়াসকলৰ বিৰুদ্ধে গৃহ বিভাগে অভিযোগনামা দাখিল তথা মোকৰ্দমা চলাবলৈ তদন্তকাৰী সংস্থাক যাৱতীয় অনুমতি দিয়াৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে।

Apply Now

২০১৩ৰ পৰা ২০১৭ চনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন জিলাত ৰুজু হোৱা এই ১১টা গোচৰৰ অভিযুক্তৰ তালিকাত আছে চাৰিজন অতিৰিক্ত উপাযুক্ত (এ চি এছ), এজন চক্ৰ বিষয়া (এ চি এছ), এজন অতিৰিক্ত আৰক্ষী অধীক্ষক (এ চি এছ), এজন অতিৰিক্ত কৰ আয়ুক্তসহ তিনিজন কৰ বিষয়া, অভিযন্তা, গাণনিক বিষয়া, গ্ৰামসেৱক আদি।

চৰকাৰী কৰ্মচাৰীৰদ্বাৰা ভেটী গ্ৰহণ, প্ৰৱঞ্চনা, জালিয়াতি, ফৌজদাৰী ষড়যন্ত্ৰ, জাল নথি-পত্ৰৰে কাৰোবাৰ বিৰুদ্ধে গোচৰ জপা, বিশ্বাস ভংগ, সম্পত্তিক তথ্য গোপন কৰা, ভূমি বেদখল, অপহৰণ, হত্যা, সাক্ষ্যৰ হৰলুকি আদি বিভিন্ন অভিযোগত এই গোচৰসমূহ ৰুজু কৰা হৈছিল।

ৰাজ্যখনৰ বিভিন্ন থানা আৰু চি আই ডিত ৰুজু হৈ থকা ১১টা গোচৰত অভিযোগনামা দাখিল আৰু মোকৰ্দমাৰ অনুমতি বিচাৰি সংশ্লিষ্ট তদন্তকাৰী বিষয়াই যোৱা জুন আৰু জুলাই মাহত গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলি এক সূত্ৰই জানিব দিয়ে।

চি আই ডিৰ গোচৰ ক্ৰমে ২৪/২০১৬,৫৪/ ২০১৫, ১৫/২০০৬ আৰু ৮৩/২০১২ৰ লগতে যোৰহাট থানাৰ ৮৭৫/২০১৫, বাঘবৰ থানাৰ ১১/২০১০, দৈয়াংমুখ থানাৰ ৪/২০০৯, শিৱসাগৰ থানাৰ ৩৩১/২০১৭, পেঙেৰী থানাৰ ৪৮/২০০৩ আৰু হাফলং থানাৰ ৪৬/২০০৯ নং গোচৰত অভিযোগনামা দাখিল কৰা মোকৰ্দমা চলোৱাৰ অনুমতি বিচাৰিছে।

আনহাতে, চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰা ভূমিৰ বিপৰীতে দিয়া ক্ষতিপূৰণৰ নামত হোৱা বহুকোটি টকীয়া কেলেংকাৰিৰ চি আই ডিত ৰুজু হোৱা গোচৰো ইয়াত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd