• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলেজ ৰ’ডৰ পথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 3, 2018 3:45 pm
Haflong College Student Protest

ছাত্ৰ-ছাত্ৰীসকলে ক'লেজ ৰ'ডটো শীঘ্ৰেই মেৰামতিৰ দাবীত বাঁহেৰে বেৰিকেইড স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
হাফলং চৰকাৰী কলেজলৈ অহাযোৱা কৰাৰ মূল পথটোৰ শোচনীয় হৈ পৰা সত্ত্বেও কাণসাৰ নাই চৰকাৰৰ। পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই অলপ কাম কৰিয়ে তাক আধা কৰা অৱস্থাত পেলাই থয়। যিখিনি কাম হৈছে সেইখিনিৰো মান অতি নিম্ন। ফলত মেৰামতিৰ এক মাহৰ অন্তত পথটো পূৰ্বৰ অৱস্থা পায়।
আনহাতে হাফলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ কাৰণে পথটোৰ ওপৰত পানী যোগান ধৰা পাইপ লাইনৰ পানী ওলাই থাকে আৰু যিকোনো সময়ত বোকাময় হৈ থাকে।
অতিষ্ঠ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলে আজি দিনৰ এঘাৰ বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে। হাফলং চৰকাৰী কলেজ ছাত্ৰ সংস্থাই কলেজ ৰ’ডৰ প্ৰৱেশ পথত বাঁহেৰে বেৰিকেইড স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পথটোৰ শীঘ্ৰেই মেৰামতিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান ধৰা পাইপ লাইন সঠিকভাৱে স্থাপনৰ দাবী জনায়।
প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ যে চহৰখনৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান হাফলং চৰকাৰী কলেজৰ পথ মেৰামতিৰ কাৰণে দীৰ্ঘ দিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে যদিও পাৰ্বত্য স্বায়ত্ত পৰিষদ তথা হাফলং টাউন কমিটীয়ে গুৰুত্ব দিয়া নাই।
চহৰৰ মাজমজিয়াত অবস্থিত চৰকাৰী কলেজ এখনৰে বাটপথৰ মেৰামতিৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ আহি প্ৰতিবাদ কৰিব লগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে স্থানীয় ৰাইজে।
এগৰাকী ছাত্ৰীৰ অভিযোগ যে যোৱা দুই বছৰ আগতে পথটো মেৰামতিৰ নামত এগৰাকী ঠিকাদাৰে মানুহক দেখুৱাই শিলগুটি পেলাইছিল যদিও আধাতে কাম সামৰি কোনো খা-খবৰ নকৰা হয়।
আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ লাইনে পথটোৰ অবস্থা অধিক বেয়া কৰিছে। অভিযোগমতে, বিভাগৰ দ্বাৰা অবৈধভাৱে পাইপ লাইনৰ সংযোগ দিয়া কাৰণে পানী লিকেইজ হৈ পথৰ ক্ষতি সাধন কৰে।
ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা আৰু হাফলং টাউন কমিটীৰ চেয়াৰমেন অনিল দাউলাগুপু অৱৰোধস্থলীত উপস্থিত হৈছে যদিও অৱৰোধ অব্যাহত আছে।
Apply Now
পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd