• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলেজ ৰ’ডৰ পথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 3, 2018 3:45 pm
Haflong College Student Protest

ছাত্ৰ-ছাত্ৰীসকলে ক'লেজ ৰ'ডটো শীঘ্ৰেই মেৰামতিৰ দাবীত বাঁহেৰে বেৰিকেইড স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

194
VIEWS
Share on FacebookShare on Twitter
হাফলং চৰকাৰী কলেজলৈ অহাযোৱা কৰাৰ মূল পথটোৰ শোচনীয় হৈ পৰা সত্ত্বেও কাণসাৰ নাই চৰকাৰৰ। পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই অলপ কাম কৰিয়ে তাক আধা কৰা অৱস্থাত পেলাই থয়। যিখিনি কাম হৈছে সেইখিনিৰো মান অতি নিম্ন। ফলত মেৰামতিৰ এক মাহৰ অন্তত পথটো পূৰ্বৰ অৱস্থা পায়।
আনহাতে হাফলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ কাৰণে পথটোৰ ওপৰত পানী যোগান ধৰা পাইপ লাইনৰ পানী ওলাই থাকে আৰু যিকোনো সময়ত বোকাময় হৈ থাকে।
অতিষ্ঠ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলে আজি দিনৰ এঘাৰ বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে। হাফলং চৰকাৰী কলেজ ছাত্ৰ সংস্থাই কলেজ ৰ’ডৰ প্ৰৱেশ পথত বাঁহেৰে বেৰিকেইড স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পথটোৰ শীঘ্ৰেই মেৰামতিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান ধৰা পাইপ লাইন সঠিকভাৱে স্থাপনৰ দাবী জনায়।
প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ যে চহৰখনৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান হাফলং চৰকাৰী কলেজৰ পথ মেৰামতিৰ কাৰণে দীৰ্ঘ দিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে যদিও পাৰ্বত্য স্বায়ত্ত পৰিষদ তথা হাফলং টাউন কমিটীয়ে গুৰুত্ব দিয়া নাই।
চহৰৰ মাজমজিয়াত অবস্থিত চৰকাৰী কলেজ এখনৰে বাটপথৰ মেৰামতিৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ আহি প্ৰতিবাদ কৰিব লগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে স্থানীয় ৰাইজে।
এগৰাকী ছাত্ৰীৰ অভিযোগ যে যোৱা দুই বছৰ আগতে পথটো মেৰামতিৰ নামত এগৰাকী ঠিকাদাৰে মানুহক দেখুৱাই শিলগুটি পেলাইছিল যদিও আধাতে কাম সামৰি কোনো খা-খবৰ নকৰা হয়।
আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ লাইনে পথটোৰ অবস্থা অধিক বেয়া কৰিছে। অভিযোগমতে, বিভাগৰ দ্বাৰা অবৈধভাৱে পাইপ লাইনৰ সংযোগ দিয়া কাৰণে পানী লিকেইজ হৈ পথৰ ক্ষতি সাধন কৰে।
ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা আৰু হাফলং টাউন কমিটীৰ চেয়াৰমেন অনিল দাউলাগুপু অৱৰোধস্থলীত উপস্থিত হৈছে যদিও অৱৰোধ অব্যাহত আছে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd