• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিন উদযাপনৰ প্ৰস্তুতি : সদৌ অসম ভিত্তিত প্ৰাইজমানি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 3, 2018 4:12 pm
20180903_005003
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই অহা ৮ ছেপ্তেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিনটো শিৱসাগৰৰ নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিবলৈ আগবাঢ়িছে।

উল্লেখ্য যে ১৯৯০ চনৰ পৰাই দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ভূপেনদাৰ জন্মদিনটো পালন কৰি আহিছে। প্ৰতিবছৰৰ দৰে এই বছৰো ভূপেনদাৰ জন্মদিনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। যিকোনো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈ গীত পৰিৱেশন কৰিব পাৰিব।

Apply Now

প্ৰতিযোগিতাত একক ভাৱে পৰিৱেশন কৰিবলগীয়া গীত সমুহ হ’ল- মদাৰৰে ফুল,  অগ্নিযুগৰ ফিৰিঙতি মই, অয় অয় আকাশ শুৱ, শীতৰে সেমেকা ৰাতি, অ মিচিং ডেকাটি, বিজুলী পোহৰ মোৰ নাই, কত জোৱানৰ মৃত্যু হ’ল, বুকু হম হম কৰে, অসম আমাৰ ৰূপহী, কহুৱা বন মোৰ, গাঁৱৰ জীয়ৰী সপোন সুন্দৰী, চিলঙৰে গধূলি, তোমাৰ উশাহ কহুঁৱা কোমল, দোলা হে দোলা,  প্ৰতধ্বনি শুনো মই, সময়ৰ অগ্ৰগতি,  কলিৰ কৃষ্ণ, বিমূৰ্ত মোৰ নিশাটি আৰু আকাশী গংগা।

আনহাতে দ্বৈত কণ্ঠত পৰিৱেশন কৰিবলগীয়া গীত সমুহ হ’ল আই সৰস্বতী, চেনাই মোৰ অ’,  পলাশৰে ৰং, মই কহিমাৰে আধুনিকা ডালিমী, বন জুই বনত জ্বলে, অ’ট ৰিক্সা চলাও আমি দুয়ো ভাই, নৱমল্লিকাৰ হেঁপাহ, এই ধুনীয়া গধূলি লগন, চিত্ৰ লেখা চিত্ৰ লেখা, চুচুক চামাক কৈ আৰু জোনাকী পৰুৱা।

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগিৰ উপৰি ৭ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগিক নগদ ধন আৰু মানপত্ৰৰে সন্মানীত কৰা হ’ব।

প্ৰতিযোগিতাখনত বিচাৰক হিচাপে থাকিব ভূপেনদাৰ  সতীৰ্থ কমল কটকী, পৰমেশ্বৰ বসুমতাৰী আৰু জনপ্ৰিয় গায়ক বিপুল কাথাই।

আনহাতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্চুক প্ৰতিযোগিয়ে ৭০০২৫০৫৮০৮, ৯৯৫৪৬৭১১৩৩, ৯৪৩৫৪৯০৪৮৪ আৰু ৯৯৫৭৩০২৯০০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজকৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd