• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত শোকাৱহ পথ-দুৰ্ঘটনা; ২ জন নিহত, আহত ৬

ছফিকুল আহমেদ by ছফিকুল আহমেদ
September 5, 2018 9:04 pm
Road Accident illustration

প্ৰতিনিধিত্বমূলক ছবি

137
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত আজি সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। গোৱালপাৰা নগৰৰ পৰা প্ৰায় ২ কি মি নিলগৰ শ’লমাৰি আৰু ভালুকদুবীৰ মাজত উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আজি দিনৰ প্ৰায় ১১:৩০ বজাত গোৱালপাৰা নগৰৰ হাছিলাপাৰাৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰা এ এছ-১৭ -৯৩১৩ নম্বৰৰ যাত্ৰীবাহী বাছখনে বিপৰীত দিশৰ পৰা আহি থকা এখন যাত্ৰীভৰ্তী টেম্প’ক খুন্দা মাৰে।

উল্লেখযোগ্য যে বাছখনৰ খুন্দা ইমান প্ৰবল আছিল যে টেম্প’খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ লগতে টেম্পখনৰ চালক দেবজিৎ সৰকাৰ (৩২) আৰু আগৰ ছিটত বহি অহা স্থানীয় যাত্ৰী ধৰণীধৰ ৰাভা থিতাতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আহত ৪ গৰাকী যাত্ৰীক বেডিলা মোমিন, অনিল ছাংমা, ভাগ্যেশ্বৰ ৰাভা আৰু ফজল হ’ক বুলি চিনাক্ত কৰা হৈছে যদিও আন দুগৰাকীক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজনকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

এইখিনিতে মন কৰিবলগীয়া যে কৃষ্ণাই নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা কৃষ্ণাই নৈৰ ওপৰৰ আৰ চি চি দলংখনত যোৱা মে’ মাহতে ফাঁট ধৰা পৰাত তেতিয়াৰ পৰাই কৃষ্ণাই হৈ যোৱা বাছ বিলাক গোৱালপাৰা নগৰৰ মাজেৰে অহা কৰি আছে।

যাৰ ফলত গোৱাৰপাৰা নগৰৰ পৰা মৰনৈ সৈনিক স্কুল হৈ দুধনৈ যোৱা পথটোত অত্যাধিক যান-যঁট সৃষ্টি হোৱাৰ লগতে পথছোৱাত পথ-দুৰ্ঘটনাৰ সংখ্যাও বাঢ়ি গৈছে। আজি সংঘটিত পথ-দুৰ্ঘটনাটোক ইয়াৰে পৰিনাম বুলি উল্লেখ কৰি স্থানীয় লোকসকলে শীঘ্ৰে দলংখন মেৰামতী কৰি মুকলি কৰিবলৈ দাবী জনায়।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd