• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত সজাগতা সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 5, 2018 9:45 pm
Pradhan Mantri Matru Vandana Yojana at Nagrijuli
297
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাগ্ৰীজুলিৰ ছয়টাকৈ চক্ৰৰ অন্তৰ্গত মুঠ ১২০ টা অংগনৱাড়ী কেন্দ্ৰক সামৰি প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত আজি মাতৃত্ব বন্দনা সজাগতা সভা অনুষ্ঠিত হয়।

এই উপলক্ষে আজি পুৱা ১০ বজাত বাল্টিপাৰ গাঁৱৰ এটি অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, মাতৃগোটৰ কৰ্মী, আশা কৰ্মী, গাঁৱৰ সাধাৰণ মহিলা, অংগনৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াকে ধৰি বিভিন্ন মহিলা সংগঠনৰ মহিলা সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদিক লৈ এক শোভাযাত্ৰা উলিয়ায়।

নাগ্ৰীজুলি অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰি দলটোৱে নাগ্ৰীজুলি দুৰ্গা মন্দিৰ প্ৰাংগণত এই শোভাযাত্ৰাৰ সামৰণি মাৰে। শোভাযাত্ৰাৰ অন্তত দিনৰ ১২ বজাত দুৰ্গা মন্দিৰ প্ৰাংগণত স্থানীয় সহায় কৰ্মী শিৱ অধিকাৰীৰ পৌৰাহিত্যত অনুষ্ঠিত মাতৃত্ব বন্দনা সপ্তাহ সজাগতা সভাৰ উদ্দেশ্য বাখ্যা কৰে অংগনৱাদী কেন্দ্ৰ সমূহৰ মুখ্য সেৱিকা নিজৰা মেধিয়ে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পিৰামল ফাউণ্ডেশ্যন আৰু নিটি আয়োগৰ তামুলপুৰ আৰু নাগ্ৰীজুলিৰ ব্লক ট্ৰেন্সফৰ্মেচন বিষয়া মিন্টু শইকীয়া আৰু পূৰবী খাখলাৰীয়ে মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ বিষয়ে বিতংকৈ বিবৰী কয়।

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মুখ্য সেৱিকা মধুৰী দাসেও অংগনৱাদী কৰ্মী-সহায়িকা সকলৰ লগতে উপস্থিত মহিলাসকলক উদ্দেশ্যি গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যত্ন আৰু প্ৰতিপালন, প্ৰয়োজনীয় চিকিৎসা, নৱজাতকৰ বাবে মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে বিতংকৈ বাখ্যা কৰে।

Recent News

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd