• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা : কটন-সন্দিকৈৰ ছাত্র-ছাত্রীৰ প্ৰতিবাদত কঁপিল ৰাজপথ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2018 4:27 pm
কটনৰ ছাত্ৰ-ছাত্ৰী

ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনা বহুকেইজন লোকৰ মৃত্যু হোৱাৰ পিছত বৃহস্পতিবাৰে ৰাজপথত কটন-সন্দিকৈৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত কটন বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ লগতে বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ পাছত আজি কটন আৰু সন্দিকৈ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে জল পৰিবহণ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

দুয়োখন শিক্ষানুষ্ঠানুৰে ছাত্ৰ-ছাত্ৰীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

ছাত্ৰ-ছাত্ৰীসকলে জলপথ যাতায়াত ব্যৱস্থা উপযুক্ত কৰাৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ বাবে আহিছিল যদিও প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উপায়ুক্তক লগ নোপোৱাত পৰিবহন মন্ত্ৰী মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ আদি শ্লোগানেৰে ৰাজপথৰ ওপৰত বহি পৰিৱেশ উত্তাল কৰি তোলে।

কটনর ছাত্র-ছাত্রীর প্রতিবাদ
ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাৰ পিছত বৃহস্পতিবাৰে প্ৰতিবাদেৰে ৰাজপথ কঁপালে কটন-সন্দিকৈৰ ছাত্ৰ-ছাত্ৰীয়ে। ফটো ন নৰ্থইষ্ট নাও

ইফালে প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদত শ শ যান বাহন আবদ্ধ হৈ পৰাত যান-বাহন আৰক্ষীৰ সৈতে ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ বাক-বিতণ্ডাতো লিপ্ত হোৱা দেখা যায়।

ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ এজন অতিৰিক্ত উপায়ুক্ত প্ৰতিবাদস্থলীলৈ আহে যদিও ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত উপায়ুক্তৰ লগত আলোচনা কৰিবলৈ অমান্তি হয়।

উল্লেখযোগ্য যে প্ৰায় এঘণ্টা প্ৰতিবাদৰ অন্তত কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ লগত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত উপায়ুক্তৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন স্থগিত ৰাখে।

ইফালে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰকপত্ৰৰ কপি আমাৰ হাতত পৰিছে। ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিবলগীয়া তেওঁলোকৰ মূল দাবী সমূহ হ’ল ৫ ছেপ্তেম্বৰত সংঘটিত নাও দুৰ্ঘটনা আৰু জলপৰিবহণ বিভাগৰ বিৰুদ্ধে তাৎক্ষণিক তদন্তৰ ব্যৱস্থা কৰা, ভুটভুটীৰ পৰিৱৰ্তে উচ্চ মানসম্পন্ন নিয়মীয়া ফেৰী চলাচলৰ ব্যৱস্থা কৰা, শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেহাইসহ বিশেষ ফেৰীৰ ব্যৱস্থা কৰা, ইয়াৰ উপৰি গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে বিকল্প স্থল পৰিবহণ ব্যৱস্থা হিচাপে বিশেষ বাছ সেৱাৰ প্ৰৱৰ্তন কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd