• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া জাপি পিন্ধি দিল্লীত এন আৰ চিক লৈ কি ঘোষণা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ?

ৰাজীব ৰয় by ৰাজীব ৰয়
September 8, 2018 9:39 pm
rajanth singh on assam nrc
293
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ পৰা কোনো ভাৰতীয় বাদ নপৰে। শনিবাৰে নতুন দিল্লীত পুনৰ এই কথা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

‘মই ক’ব খোজো যে এন আৰ চিৰ পৰা কোনো প্ৰকৃত ভাৰতীয় বাদ নপৰে,’ এন আৰ চিৰ উৎকণ্ঠাৰ মাজতে ঘোষণা সিঙৰ।

নতুন দিল্লীত নৰ্থ ইষ্ট ষ্ট্যুদেণ্টছ ফেষ্টিভেলত এই কথা দোহাৰিছে গৃহ মন্ত্ৰীজনে। ‘My Home India’ নামৰ বেচৰকাৰী সংস্থা এটাই এই উৎসৱটোৰ আয়োজন কৰিছে।

এন আৰ চি সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত উন্নীত হৈ থকা কথাত জোৰ দি সিঙে কয়, ‘কোন ভাৰতীয় আৰু কোন বিদেশী জনাটো চূড়ান্তভাৱে প্ৰয়োজনীয় কথা।’

উত্তৰ-পূৰ্বাঞ্চলক দেশৰ হৃদয় বুলি মন্তব্য কৰি সিঙে কয় যে এই অঞ্চলৰ বিকাশ নোহোৱাকৈ ভাৰতৰ সৰ্বাংগীন বিকাশ সম্ভৱ নহয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়ে এক্ত ইষ্ট নীতি গ্ৰহণ কৰা হৈছে।

অসমৰ হিমা দাস, ত্ৰিপুৰাৰ দীপা কৰ্মকাৰ আদিৰ উদাহৰণেৰে গৃ্হ মন্ত্ৰী সিঙে কয় যে উত্তৰ-পূব বহু প্ৰতিভাৰে ভৰি আছে আৰু এইসমূহ মুকলি হোৱা দৰকাৰ।

উৎসৱটোৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংগীতিক কাৰ্য্যসূচীত কেইবা হাজাৰো ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।

অনুষ্ঠানটোত ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, অসামৰিক বিমান সেৱাৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত সিনহা, উত্তৰ-পূব পৰিষদৰ সচিব ৰাম মুইভা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুতীয়াও উপস্থিত আছিল।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd