• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰীণা কাপুৰৰ ‘ব্যতিক্ৰমী মহিলা’ৰ মাজত স্থান লাভ অসমৰ পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 11:51 am
kareena-570x320

কৰীণা কাপুৰ। ফটো : টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ নায়িকা কৰীণা কাপুৰে এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। পৃথিৱীখনৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা কিছু মহিলাক লগ পোৱাৰ উদ্দেশ্যেৰে কৰীণাই আৰম্ভ কৰিছে এক যাত্ৰা।

‘এ এন ডি আটমন’১৮’ৰ বেনাৰৰ অধীনৰ প্ৰকল্পটোৱে লগতে এখন উন্নত সমাজৰ দিশত তেওঁলোকৰ বিশেষ ক্ষেত্ৰখনত কাম কৰা মহিলাসকলৰ মাজত স্থান লাভ কৰিছে অসমৰ পৰিৱেশবিদ তথা গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনে।

Apply Now

উল্লেখ্য যে, পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে যোৱা মাহত চতুৰ্থ য়ামিন হাজৰিকা ব্যতিক্ৰমী মহিলা বঁটা-২০১৮’ৰে সন্মানিত হৈছে।

তেওঁ অসমত ক্ৰমে বিলুপ্তপ্ৰায় হৈ উঠা হাড়গিলাৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে।

বৰ্মনে এককভাৱে বিলুপ্তপ্ৰায় পক্ষীবিধৰ সংৰক্ষণৰ বাবে ‘হাড়গিলা সেনা’ হিচাপে পৰিচিত এদল স্থানীয় মহিলাৰ সহযোগত এক আন্দোলন গঢ়ি তুলিছে।

d-300x204
পৰিৱেশবিদ পূৰ্মিমা দেৱী বৰ্মন। ফাইল ফটো

কেইবা বছৰ ধৰি বৰ্মনে বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰি গাঁৱত কাম কৰি আছে। তেওঁৰ এই সংৰক্ষণৰ কামটোৱে বিশ্বজনীন স্বীকৃতি লাভ কৰিছে।

কৰীণাই আৰম্ভ কৰা ব্যতিক্ৰমী মহিলাৰ এই অভিযানত স্থান পোৱা আন মহিলাৰ ভিতৰত আছে ‘ক্ৰছবও মাইলছ’ৰ প্ৰতিষ্ঠাপক সৃষ্টি বক্সী। তেওঁ গোটেই দেশতে মহিলাৰ সুৰক্ষা বিষয়ত অক্লান্তভাৱে কাম কৰি আছে।

শিশু কল্যাণ আৰু শিক্ষাৰ বাবে কাম কৰি থকা ‘লক্ষ্যম’ৰ প্ৰতিষ্ঠাপক ৰাশী আনন্দেও এই অভিযানত স্থান পাইছে। শিশুৰ কল্যাণ তথা দৰিদ্ৰ মহিলাসকলৰ বাবে কাম কৰি অহা আন এগৰাকী মহিলা প্ৰিয়ংকা ৰাইনাৰ নাম আছো তালিকাত। ৰাইনা ‘গ্ৰেচিয়া ৰাইনা ফাইণ্ডেশ্যন’ৰ প্ৰতিষ্ঠাপক।

ছ’চিয়াল মিডিয়াত প্ৰচাৰ হোৱা ভিডিঅ’টোত পূৰ্ণিমা বৰ্মনে গুৰুত্ব আৰোপ কৰিছে যে আমি কটা প্ৰতিজোপা গছে আমাৰ ভৱিষ্যতৰ ওপৰত এক ব্যাপক প্ৰভাৱ পেলাব। তদুপৰি বৰ্মনে আমাৰ বনাঞ্চল সংৰক্ষণ তথা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এক অন্তৰ্স্পৰ্শী আৱেদন জনাইছে।

এই প্ৰচাৰাভিযানৰ ট্যাগলাইনটো হৈছে- আমি যদি আমাৰ কাইলৈক প্ৰভাৱিত কৰিব বিচাৰো, আমি আজিয়েই পৰিৱৰ্তন হোৱা উচিত নহয়নে?

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd