• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকৰ ১৩ খন চুতীয়া গাঁৱৰ কোনো লোকৰ নাম নাই এন আৰ চিৰ খচৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 1:54 pm
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ ১৩খন চুতীয়া গাঁৱৰ এজন লোকৰো নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ শেহতীয়া চূড়ান্ত খচৰা প্ৰকাশৰ পিছত এনে বহু অভিযোগ উত্থাপিত হৈছে য’ত খিলঞ্জীয়াকে ধৰি বহু স্বদেশী লোকৰ নাম বাদ পৰি গৈছে।

এইদৰে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা স্বদেশী লোকসকলে চিন্তিত হ’ব নালাগে বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

আনহাতে, ৰাজ্যৰ হিন্দু বঙালী লোকসকলৰ কোনো ধৰণৰ সমস্যা নহয় আৰু চৰকাৰে নাগৰিকত্ব সন্দৰ্ভত ব্যৱস্থা ল’বৰ বাবে প্ৰস্তুত আছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। গুৱাহাটীত এখন বৈঠকত শিলচৰৰ সদৌ অসম বঙালী হিন্দু সংস্থাৰ (আভা)ৰ প্ৰতিনিধি দলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দি এই কথা জানিবলৈ দিছে।

আভাৰ সঁজাতী দলটোৱে বিদেশী আইন ১৯৪৬ আৰু পাৰপত্ৰ আইন ১৯২০ অনুসৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্টেম্বৰৰ জাননী শীঘ্ৰে অসমত কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে  প্ৰতিনিধি দলটোক চৰকাৰে হিন্দু বঙালী লোকৰ সমস্যাসমূহ গুৰুত্বসহকাৰে সমাধানৰ চেষ্টা কৰিছে বুলি অৱগত কৰে।

‘ডি’ ভোটাৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ আয়ুক্ত আৰু মুখ্য সচিবৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে। নৱনিযুক্ত মুখ্য সচিবে কিছুদিনৰ ভিতৰত বৰাক উপত্যকালৈ গৈ গোটেই সমস্যাসমূহ পৰ্যালোচনা কৰিব।

মুখ্যমন্ত্ৰীয়ে  এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰি যোৱা হিন্দু বঙালীসহ অন্যান্য জনগোষ্ঠীক দাবী প্ৰ-পত্ৰ দাখিলৰ বাবে উৎসাহিত কৰিবলৈ আভাৰ প্ৰতিনিধি দলক ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। তদুপৰি, মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত সংগঠনৰ কাম-কাজ সম্প্ৰসাৰণ কৰি দুয়োখন উপত্যকাৰ মাজত সমন্বয়ৰ সেতুবন্ধন গঢ়িবলৈ আভাক আহ্বান জনায়।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা আভাৰ প্ৰতিনিধি দলত আছিল সভাপতি বাসুদেৱ শৰ্মা, সম্পাদক শান্তনু সূত্ৰধৰ, সহঃ সম্পাদক ক্ৰমে ৰাজীৱ নাথ, নীতিশ ভট্টাচাৰ্য, শান্তনু ৰয়, সন্দীপন দত্ত পুৰকায়স্থ, পাৰ্থ দাস আৰু সন্তোষ চক্ৰৱৰ্তী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd