• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মঙলদৈত আজিৰ পৰা আৰম্ভ অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
September 9, 2018 7:31 pm
Players being introduced to the guests befort the start of the inaugural match
128
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ চহৰৰৰ সমীপৱৰ্তী চাপাই নেহেৰু ময়দানত আজিৰ পৰা আৰম্ভ হয় ১৭ সংখ্যক অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।

আজি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদে। ইয়াৰ পাছতে চাপাই যুৱ কল্যাণ কেন্দ্ৰ আৰু ৰামহৰি যুৱ মঞ্চৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ।

চাপাই নেহেৰু ময়দানত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখনত ঘৰুৱা দল চাপাই যুৱ কল্যাণ কেন্দ্ৰই ৰামহৰি যুৱ মঞ্চক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। মইনুল ইছলাম, মহেশ বড়ো আৰু দেৱজিৎ বড়োৰ গ’লৰ সহায়ত ঘৰুৱা দলটোৱে সহজে জয়ী হৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

উল্লেখ্য যে সাংবাদিক গণেশ দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদ, প্ৰতিযোগিতাখনৰ ট্ৰফী দাঁতা প্ৰভাত নাৰায়ণ চৌধুৰীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইফালে আয়োজকে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ দ্বিতীয়খন মেচত সোমবাৰে হাজৰিকাপাৰাৰ ৰাইজিং ক্লাবে জলজলী আঞ্চলিক ক্ৰীড়া সংঘৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd