• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদি চৰকাৰৰ আমোলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিপৰ্য্যস্ত হৈ পৰিছে : কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 9, 2018 10:03 pm
Congress press meet
198
VIEWS
Share on FacebookShare on Twitter

মোদি চৰকাৰৰ আমোলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিপৰ্য্যস্ত হৈ পৰিছে, এই অভিযোগ কৰে অসম ৰাজ্যিক কংগ্ৰেছ দলৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই। প্ৰতি ডলাৰৰ মূল্য ৭২ টকা হোৱাটো দেশৰ অৰ্থনীতিৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী বুলি মন্তব্য কৰি তেওঁ কয় যে মোদি চৰকাৰৰ আমোলত লোৱা বিমুদ্ৰাকৰণ, জি এছ টি আদি পদক্ষেপে দেশখনক অৰ্থনৈতিক ভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে।

আজি বিশ্বনাথ চাৰিআলিৰ ৰাজীৱ ভৱনত বিশ্বনাথ জিলা কংগেছৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে লগতে মোদী চৰকাৰে ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ নামত প্ৰায় ৪১ হাজাৰ কোটি টকাৰ অপচয় কৰিছে বুলি অভিযোগ কৰে। মোডী চৰকাৰে ইচ্ছাকৃতভাৱে ৩৬ খন ৰাফেল বিমানৰ ক্ৰয় মূল্য প্ৰকাশ কৰা নাই বুলি অভিযোগ কৰি প্ৰতিৰক্ষা কেবিনেট কমিটিৰ পৰা অনুমোদন নোলোৱাকৈ ক্ৰয় কৰা এই যুদ্ধ বিমানৰ প্ৰকৃত মূল্য প্ৰকাশ কৰিবলৈ তেওঁ দাবী জনায়।

তদুপৰি তেওঁ ২০১২ চনৰ ১২ ডিচেম্বৰত ৫২৬.১০ কোটি টকাৰ ৰাফেল যুদ্ধ বিমানৰ মূল্য মোদি চৰকাৰৰ দিনত ১৬৭০.৭০ কোটি টকা কেনেকৈ হ’লগৈ বুলিও তেওঁ প্ৰশ্ন কৰে।

আনহাতে,পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে অসমত কংগ্ৰেছৰ বাহিৰে আৰু কোনো দলেই পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস কৰা নাই। পঞ্চায়ত নিৰ্বাচনত এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছে  মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধাত তেওঁ চিধাই ইয়াক অস্বীকাৰ কৰি বিজেপি আৰু এ আই য়ু ডি এফক কংগ্ৰেছে একেটা শাৰীতে ৰাখে বুলি মন্তব্য কৰে।

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, ৰাজ্যিক সদস্য নীলমণি শৰ্মাৰ লগতে দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত নেতা গৰাকীয়ে ১০ ছেপ্তেম্বৰত কংগ্ৰেছে দিয়া ভাৰত বন্ধ সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd