• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় জিলাত ১৩ ছেপ্তেম্বৰৰ পৰা বন্ধ নেটৱৰ্ক ট্ৰেভেলছৰ বাছ

প্ৰতিষ্ঠা দিৱসলৈ বাছ দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া দিব নোৱাৰে বুলি নেটৱৰ্কৰ মালিকে কোৱাত অসন্তুষ্ট চুতীয়া ছাত্ৰ সন্থাই এই ঘোষণা কৰিছে

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 9, 2018 10:07 pm
network travels assam
645
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অহা ১৩ ছেপ্তেম্বৰত জিলাখনত নেটৱৰ্ক বাছ বন্ধ ঘোষণা কৰিছে। অহা ১১ ছেপ্তেম্বৰত গুৱাহাটীত হ’ব লগা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসলৈ কোম্পানিটোৱে ২খন বাছ যোগান ধৰিব বুলি আশ্বাস দি কথা নৰখা বুলি অভিযোগ তুলি নেটৱৰ্কৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছে সংগঠনটোৱে।

ডিব্ৰুগড় জিলাত নেটৱৰ্কৰ বাছ বন্ধৰ কাৰ্য্যসূচী চুতীয়া ছাত্ৰ সন্থাৰ

নেটৱৰ্কৰ অধীনত তিনিচুকীয়া, ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দৈনিক প্ৰায় ২০-২৫খন বাছ চলাচল কৰে।

নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা বতৰাত সংগঠনটোৰ জিলা সভাপতি জিতু শইকীয়াই কয়, ‘গুৱাহাটী আৰু ডিব্ৰুগড়, তিনিচুকীয়াৰ মাজত চলাচল কৰা নেটৱৰ্ক ট্ৰেভেলছৰ বাছসমূহ আমি বন্ধ কৰিছো। গুৱাহাটীত অহা ১১ ছেপ্তেম্বৰত হ’ব লগা আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ বাবে কোম্পানিটোৰ মালিকে ২খন বাছ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া মালিকজনে কইছে যে তেওঁ আমাক বাছ দিব নোৱাৰে।’

বাছ যদি দিবই নোৱাৰে তেন্তে আমাক প্ৰতিশ্ৰুতি দিছিল কেলেই বুলি শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছে।

সভাপতিগৰাকীয়ে কয়, ‘আমি নেটৱৰ্কৰ মালিকক লৈ ভীষণ অসন্তুষ্ট কাৰণ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁ আমাৰ মানুহৰ কাৰণে বাছ যোগান ধৰা নাই।’

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd