• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল বাংলাদেশীৰ নামেই নহয়, আফগানীৰো নাম সোমাল এন আৰ চিত : তথ্য দাঙি ধৰিলে মৰিগাৱঁৰ যুৱকে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 8:34 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছৰ পৰা ইটোৰ পিছত সিটো বাংলাদেশীৰ নাম খচৰাত সোমোৱা বুলি বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে মৰিগাওঁ জিলাত এইবাৰ আফগানিস্তানৰ নাগৰিকৰো নাম এন আৰ চিত সোমোৱাৰ অভিযোগ পোৱা গ’ল।

আজি মৰিগাওঁ জিলাৰে ভুৰাগাওঁ অঞ্চলৰ এমদাদুল ইচলাম নামৰ এজন লোকে দিচপুৰ প্ৰেছক্লাবত সংবাদমেল দি এই তথ্য দাভি ধৰে।

Apply Now

এমদাদুল ইচলামে জনোৱামতে, ভুৰাগাওঁ ৰাজহচক্ৰৰ অন্তৰ্গত বালিডোংগা গাৱঁত এন আৰ চিৰ উন্নীতকৰণৰ কামত জালিয়াতি হোৱা বুলি আৰু আফগানী নাগৰিক এজনৰ সতি-সন্ততিৰ নাম এন আৰ চিৰ খচৰাত সফলতাৰে অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰে। তেওঁ লগতে এইবুলিও কয় যে তেওঁ কোনো বিদেশীৰ নাম এন আৰ চিত সোমোৱাটো সহ্য নকৰে আৰু তেওঁ এই জালিয়াতি ফাদিল কৰাৰ বাবে জীৱনৰ ভাবুকিৰ সন্মুখীন হৈছে।

এমদাদুলে দিয়া বিৱৰণমতে, গোলাপ খান নামৰ এজন আফগান নাগৰিক ১৯৮৭ চনত অসমলৈ আহি মৰিগাৱঁৰ উক্ত অঞ্চলত থাকিবলৈ লয় আৰু ধন ঋণলৈ দি জনপ্ৰিয় হোৱাৰ লগতে লাহে লাহে তাতে খুপনি পুতিবলৈ ধৰে। পিছত তেওঁ সেই গাৱঁৰে ইদ্ৰিছ আলীৰ জীয়েক নুৰ নেহাৰক বিয়া কৰায়। বিয়াৰ পিছত কিছু বছৰৰ বাবে আফগানিস্তানলৈ যায় আৰু তাত তেওঁলোকৰ তিনিটা সন্তান জন্ম হোৱাৰ পিছত পৰিয়ালটো পুনৰ অসমলৈ আহে। সন্তানকেইটাক অঞ্চলটোৰে বিভিন্ন বিদ্যালয়ত নাম ভৰ্তি কৰায়।

আনহাতে ২০০৫ চনত গোলাপ খানে কেনেবাকৈ ভোটাৰ তালিকাত নাম সোমোৱায়। কেইবছৰ মানৰ পিছতে নিজৰ জীয়ক জেচমিন চুলতানাকো বিয়া দিয়ে সেইখন গাৱঁৰে এজন যুৱক ৰফিকুল ইচলামলৈ।

জেচমিনৰ বিয়াৰ পিছতে গোলাপ খানৰ ২০০৮-৯ চনত মৃত্যু হয়। কিন্তু ইয়াৰ পিছত জোঁৱায়েক ৰফিকুল ইচলামে পৰিয়ালটোৰ দায়িত্ব লয়। ৰফিকুলে পৰিয়ালটোৰ সকলোৰে নাম কৌশলেৰে ভোটাৰ তালিকাত সোমোৱায়। কেৱল সেয়ে নহয়, চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোতো ৰফিকুলে সকলোৰে নাম সোমোৱাবলৈ সক্ষম হয়। দেউতাক গোলাপ খানৰ পৰিৱৰ্তে মাক নুৰ নেহাৰৰ বংশসূত্ৰ ব্যৱহাৰ কৰি গোলাপৰ সন্তানকেইটাৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰে বুলি এমদাদুলে জানিবলৈ দিয়ে। এমদাদুলে অভিযোগ কৰা মতে, বালিডোংগা গাৱঁৰ এন আৰ চিৰ দায়িত্বত থকা এল আৰ চি আৰজন ৰফিকুল ইচলামৰ ঘৰ ভাৰাত লৈ আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd