• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান!! মাৰাত্মক ভুল স্বাস্থ্য বিভাগৰ!! খোৱাৰ অনুপযোগী ঔষধ প্ৰেৰণ কৰি বিতৰণ নকৰিবলৈ আকৌ জৰুৰী নিৰ্দেশ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 10:43 am
NVBDCP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সাধাৰণ জনতাই নিজৰ স্বাস্থ্যৰ বাবে চৰকাৰী পুষ্টি আঁচনি আৰু ঔষধৰ ওপৰত ভৰসা কৰি থকাৰ সময়তে এটা চৰকাৰী স্বাস্থ্যখণ্ডত সংঘটিত এটা ভংয়কৰ ঘটনাই জোকাৰি গৈছে সচেতন ৰাইজক। জানিব পৰামতে, কেন্দ্ৰই অসমলৈ যোৱা এপ্ৰিল মাহত যোগান ধৰা মেলেৰিয়াৰ ঔষধবোৰ আছিল খোৱাৰ অনুপযোগী।

ইতিপূৰ্বে এই ঔষধবোৰ অসমৰ প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হৈছিল। মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা ৰাজ্যখনত এই ঔষধ কোনো কোনো ঠাইত ৰোগীক দিয়া হৈছে যদিও আচৰিত হ’ব লগীয়া নাই। কাৰণ জিলাবোৰলৈ প্ৰেৰণ কৰা ইতিমধ্যে ৪ মাহ হৈ গ’ল।

Apply Now

এই মাৰাত্মক ভুলটোৰ কথা জানিব পাৰি যোৱা ৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনস্থ নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰ’গ্ৰেমৰ (national vector borne disease control programme) পৰিচালন সঞ্চালক অৱধনেশ কুমাৰে ৰাজ্য চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। দিল্লীৰ পৰা এই পত্ৰ লাভৰ পাছতেই সোমবাৰে ৰাজ্যৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়ালৈ তৎকালীনভাৱে এ চি টি-এল টেবলেট ৰোগীৰ মাজত বিতৰণ বন্ধ কৰিবলৈ জৰুৰী নিৰ্দেশ  দিছে। আজি এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে এখন অসমীয়া দৈনিক কাকতত।

উল্লেখযোগ্য যে উপৰোক্ত আঁচনিখনৰ (এন ভি বি ডি চি পি) অধীনত মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ, ফাইলেৰিয়া আদি কেইবাটাও মাৰাত্মক ৰোগ নিৰ্মূলৰ বাবে বিগত ২০০৩ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰসমূহক উক্ত ৰোগসমূহৰ নিৰাময়ৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগ আগ বঢ়ায় এই এন ভি বি ডি পি চিয়ে।

আনহাতে অতিকৈ মাৰাত্মক কথাটো হ’ল ইয়াৰে বেছিভাগ ঔষধেই শিশুক খুওৱা হয়। যোৱা এপ্ৰিল মাহত এন ভি বি ডি পি চিয়ে ৬ মাহৰ পৰা ৩ বছৰৰ শিশুৰ বাবে এ চি টি এল (এ আৰ এম/৮০০১) আৰু ৩ বছৰৰ পৰা ৮ বছৰৰ শিশুৰ বাবে এ চি টি এল (এ আৰ/৮০০২) টেবলেট অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যক যোগান ধৰিছিল।

জনস্বাস্থ্যৰ দায়িত্ব লৈ থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৰূপায়ণকাৰীৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আদি নিৰ্মূলৰ আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা সত্ত্বেও এইবোৰত মানুহৰ মৃত্যু অব্যাহত থকাৰ আঁৰতো চৰকাৰৰে এনেকুৱা ভেজাল কাম বুলি ভাবিবলৈ বাধ্য হৈছে সচেতন ৰাইজ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd