• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ বিঘা জাহাজী কলৰ খেতি কৰি বজাৰৰ বাবে হাহাকাৰ কৰিছে কলিয়াবৰৰ দুই যুৱকে

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 11, 2018 12:17 pm
Banana

কলিয়াবৰত দুজন যুৱকে ১৪ বিঘা মাটিত কৰা কলখেতিৰ কল পেলাই থোৱাৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত খেতিয়কৰ আয় দুগুণ কৰাৰ লক্ষ্য লৈ কাম কৰা বুলি কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনে প্ৰচাৰ চলাই থকাৰ মাজতে অসমত উপযুক্ত বজাৰৰ অভাৱত খেতিয়কৰ আয়ৰ বিপৰীতে লোকচানহে হৈছে। চাহ খেতিৰ পৰা কল খেতিলৈকে সকলো ক্ষেত্ৰৰ কৃষকেই সন্মুখীন হৈছে বজাৰৰ অভাৱৰ আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ অভাৱৰ।

নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত টেকেলিফুটা গাৱঁৰ দুজন পৰিশ্ৰমী আৰু আত্মনিৰ্ভৰশীলতা তথা স্বনিয়োজনক সন্মানৰ চকুৰে চোৱা যুৱকৰো একেই দুৰ্ভাগ্য হৈছে কল খেতি কৰি।

জামাল উদ্দিন আৰু ফইজুল ইছলাম নামৰ এই দুজন যুৱকে গ্ৰহগুৰি গাৱঁৰ ১৪ বিঘা মাটিত জাহাজী কলৰ খেতি কৰি যোৱা ৬-৭ বছৰ ধৰি স্বনিয়োজনৰ চেষ্টা কৰি আহিছে আৰু লগতে আনৰ বাবেও উদাহৰণ হৈ থিয় দিব বিচাৰিছিল। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰু কেৱল গোবৰ সাৰ আৰু পচন সাৰ ব্যৱহাৰৰে ১৪ বিঘা মাটিত কল লগাই তাৰ উপাৰ্জনেৰে পৰিয়ালো পোহপাল দি আহিছে।

কিন্তু শেহতীয়াকৈ দুয়ো সন্মুখীন হৈছে এখন উপযুক্ত বজাৰৰ অভাৱৰ। যুৱক দুজনে জনোৱা মতে, উপযুক্ত বজাৰ মূল্যৰ অভাৱত প্ৰতি থোক কল তেওঁলোকে এতিয়া মাত্ৰ ৩০-৫০ টকাতে বিক্ৰী কৰিব লগীয়া হৈছে। তাকো নিবলৈ মানুহৰ অভাৱ হোৱাত বহুবোৰ কল পকি ৰহ দি গেলি গৈছে।

আনহাতে তেওঁলোকে জনোৱামতে, কলখেতি কৰোতে প্ৰতি বিঘা মাটিত ২০/২৫ হাজাৰ টকাকৈ ব্যয় হয়। সেই অনুপাতে নাপাই উচিত মূল্য। দুয়োজনে চৰকাৰক এখন উপযুক্ত আৰু বৈধ তথা নিশ্চিত বজাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। সঠিক বজাৰ নেটৱৰ্ক অবিহনে উৎপাদিত সামগ্ৰীয়ে উপযুক্ত মূল্য নাপাব আৰু ফলত কৃষকৰ দুগুণ আয়ৰ পৰিৱৰ্তে লোকচানহে হ’ব বুলি মত প্ৰকাশ কৰিছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd