• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন দাবীৰ লগতে পৃথক মন্ত্ৰ্যালয় বিচাৰিলে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2018 2:53 pm
stgs-pic-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেঁচা চাহপাতৰ বজাৰ নিয়ন্ত্ৰণ কৰা, কাৰাখানা স্থাপন কৰা আৰু এটা পৃথক মন্ত্ৰ্যালয়ৰ গঠন, কৰ উপযোগ কৰা আৰু ক্ষুদ্ৰ চাৰ খেতিয়কসকলৰ ব্যৱসায় বৰ্তাই ৰখাৰ বাবে ভূমি নথিৰ যোগান ধৰাৰ বাবে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ১১ ছেপ্টেম্বৰ, মঙলবাৰে অসম চৰকাৰলৈ আহ্বান জনাইছে।

‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে জীৱন ধাৰণৰ ব্যয় বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততেই চাহ শ্ৰমিকসকলে তেওঁলোকৰ দৈনিক মজুৰি ১৬৫ টকাৰ পৰা ৩৫০ টকালৈকে বৃদ্ধি কৰাৰ বাবে হেঁচা দি থকাৰ সময়তেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই দাবী উত্থাপিত হৈছে।

বৃহৎ চাহ খেতিয়কগোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকৰ উৎপাদনৰ অতি কম মূল্য প্ৰদান কৰি আৰু নিজৰ খেয়াল-খুচিমতেহে চাহপাত ক্ৰয় কৰি আহিছে বুলি প্ৰতিৱেদনটোত আৰু কোৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা মূল্যত তেওঁলোকৰ উৎপাদন ব্যয়ৰ জোৰা নমৰে আৰু কম মূল্যতেই বৃহৎ চাহ কোম্পানীৰ ওচৰত তেওঁলোকৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাত বিক্ৰি কৰিবলৈ বাধ্য হয় বুলি সন্থাই অভিযোগ কৰে।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত জৈৱিক চাহপাতৰ নিলামত ক্ষুদ্ৰ চাহ খেতিয়কক অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়াৰ নীতিয়েও তেওঁলোকক ক্ষতিগ্ৰস্ত কৰিছে বুলি সন্থাই অভিযোগ কৰে। অতি সীমিত সংখ্যক চাহ খেতিয়কে জৈৱিক হাতেৰে প্ৰস্তুত কৰা নৈষ্ঠিক (orthodox) আৰু সেউজীয়া চাহপাত প্ৰস্তুত কৰে আৰু সেয়া অসংগঠিতভাৱে বিক্ৰি কৰিবলগীয়া হয় বাবে ইয়ে মূল্য হ্ৰাস কৰে।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক ৰোহিত বৰগোহাঞিয়ে কৈছে, ‘আমাৰ উৎপাদন মূল্য বৃদ্ধি হৈছে। এক কিলো কেঁচা চাহপাত উৎপাদন কৰিবলৈ ১৫ টকা ব্যয় হয় আ#ৰু আমি তাৰ বাবত ১২ৰ পৰা ১৪ টকা পাওঁ। কাৰখানাসমূহে কেতিয়াবা কেতিয়াবা বিজুতি ঘটা বুলি কৈ কেঁচা তাহপাত ক্ৰয় কৰিবলৈ অমান্তি হয়। আমি তেতিয়া সেয়া পেলাই দিবলৈ বাধ্য হৈ পৰোঁ। চাহ বোৰ্ডে নিৰ্ধাৰণ কৰি দিয়া নিম্নতম দৰ চাহ কোম্পানীসমূহে মানি নলয়। প্ৰতি কেজি কেঁচা চাহপাতত ১০ পইচা হাৰত কৰ ধাৰ্য কৰি লয় যদিও চৰকাৰে এই সন্দৰ্ভত কোনো জাননী জাৰি কৰা নাই। ২০০ কোটিতকৈও অধিক ধন জমা কৰোৱা হৈ গৈছে যদিও আমাৰ কল্যাণৰ হকে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰাত এই ধনখিনি ব্যৱহাৰ কৰা নাই। এখন পৃথক মন্ত্ৰ্যলয় গঠন কৰা, চাহ বোৰ্ডৰ দ্বাৰা কেঁচা চাহপাতৰ দৰ নিয়ন্ত্ৰণ কৰা, চাহ খেতিক উদ্যোগৰ পৰিৱৰ্তে কৃষি হিচাপে বিৱেচনা কৰা আৰু জৈৱিক চাহপাতক নিলামত অংশগ্ৰহণ কৰিবলৈ দিয়া আদি দাবী উত্থাপন কৰে সন্থাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd