• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাণী; ৪ বাৰকৈ পানী এৰিলে নীপকোৰ ৰঙানদীৰ প্ৰকল্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2018 7:55 pm
481
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাত পুনৰ বানৰ আশংকা কৰিছে স্থানীয় ৰাইজে। শেহীয়াকৈ আজি তিনিদিনকৈ ধৰি জিলাখনত হোৱা নেৰানেপেৰা বৰষুণৰ লগতে অৰুণাচলৰ পাদদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ৰঙানদী আৰু ইয়াৰ উপনদী সমূহত জলপৃষ্ঠ বৃদ্ধি পাইছে।

তাৰোপৰি নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত নদীখনে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলত ৰঙানদীৰ নামনিত ভয়াৱহ বানৰ আশংকা কৰা হৈছে।

ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে নৈপৰীয়া লোকসকললৈ এই সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰি এক জাননী প্ৰেৰণ কৰিছে।  নৈপৰীয়া লোকসকলক  ৰঙানদীত নাও বোৱা, মাছধৰা আৰু সাঁতোৰাৰ পৰা বিৰত থকাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে আহ্বান জনাইছে।

অৱশ্যে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰেৰণ কৰা জাননীৰ জৰিয়তে লখিমপুৰবাসীক এই সন্দৰ্ভত আতংকিত নহ’বলৈও আহ্বান জনাইছে।

প্ৰাপ্ত তথ্য মতে বুধবাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে ৰঙানদীৰ প্ৰকল্পৰ গে’ট ৪ বাৰকৈ খুলিছে। পুৱা ১০.৩০ বজাত ১৫০০ মিঃ মিঃ পানী খুলি দিয়াৰ পিছত সন্ধিয়া পুনৰ ৫.৪৫ বজাত ১৮০০ মি. মি. পানী নীপকোৱে এৰিছে বুলি জানিব পৰা গৈছে।

Recent News

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd