• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : প্ৰতীক হাজেলাৰ বিৰুদ্ধে ধৰ্ণাত বহিল আমছু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2018 7:09 pm
AAMSU-570x320

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে ১৫ টা নথিৰ ভিতৰত ৫ টা বাদ দিয়াৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটীত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে আমছুৱে। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ আমছুৱে ‘বিজেপিৰ শ্ৰুতলিপি’ অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে ১৫ টা নথিৰ ভিতৰত ৫ টা বাদ দিয়াৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটীত এক দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। আমছুৱে অভিযোগ কৰে যে বিজেপিয়ে এন আৰ চিৰ নামত লোকক হাৰাশাস্তি কৰিছে।

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে নৰ্থইষ্ট নাওৰ আগত কয়,’’ নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) অধিনিয়ম, ২০০৩’ (২০০৯ ৰ সংশোধনী)ত এইটো স্পষ্ট উল্লেখ আছে যে যদি কোনো ব্যক্তিৰ নাম ১৯৭১ চনৰ পূৰ্বৰ যিকোনো ভোটাৰ তালিকাত অথবা ১৯৫১ চনৰ নাগৰিকপঞ্জীত থাকে, তেনেহ’লে তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।‘’

Apply Now

‘’প্ৰতীক হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নথি আৰু  ১৯৭১ চনৰ পূৰ্বৰ  ভোটাৰ তালিকাত দুয়োটা গুৰুত্বপূৰ্ণ নথিকে বাদ দিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল যিটো আমছুৱে কেতিয়াও সহ্য নকৰে,’’-ৰহমানে কয়।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নথি আৰু  ১৯৭১ চনৰ পূৰ্বৰ  ভোটাৰ তালিকাকে ধৰি নাগৰিকত্ব প্ৰমান পত্ৰ, ১৯৭১ চনৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমান পত্ৰ আৰু ৰেচন কাৰ্ডক এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে থকা ১৫ বিধ নথিৰ পৰা বাদ দিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল।

তালিকাৰ পৰা এই পাঁচ বিধ নথিক বাদ দিবলৈ হাজেলাই দিয়া পৰামৰ্শ সৰ্বোচ্চ ন্যায়ালয়ক অগ্ৰাহ্য কৰিবলৈ দাবী জনাই ৰহমানে কয়, ‘’আমছুৱে অসম চুক্তিক সন্মান কৰে আৰু ঐতিহাসিক চুক্তিখনৰ আধাৰতে এখন নিৰ্ভুল এন আৰ চি বিচাৰে।‘’

চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত কৰাৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত বিজেপিক সমালোচনা কৰি ৰহমানে কয়,’’ এপিনে বিজেপিয়ে কয় যে অসম চুক্তি হৈছে এন আৰ চিৰ আত্মা আৰু আনহাতে, ই পৰস্পৰ বিৰোধী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত কৰাব বিচাৰে।‘’

আমছুৰ উপদেষ্টা গৰাকীয়ে জানিবলৈ দিয়ে যে সংগঠনটোৱে অহা ১৫ ছেপ্টেম্বৰত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd