• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম তথা উত্তৰ-পূবৰ প্ৰথম ব্যক্তিৰূপে দেশৰ মুখ্য বিচাৰপতি নিযুক্ত ন্যায়াধীশ ৰঞ্জন গগৈ

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে গগৈক এই পদত নিযুক্তি দিয়া বুলি বৃহস্পতিবাৰে আইন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ পিছতে অহা ৩ অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৬ সংখ্যক মুখ্য বিচাৰপতিৰূপে শপত ল’ব ন্যায়াধীশ গগৈয়ে।

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2018 9:13 pm
ranjan-gogoi Assam NRC: SC seeks Centre, state govt’s response over appeal for citizenship

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম অসমীয়া তথা উত্তৰ-পূবৰে প্ৰথম ব্যক্তি হিচাপে দেশৰ মুখ্য বিচাৰপতিৰ আসনত বৃহস্পতিবাৰে নিযুক্ত হৈছে ন্যায়াধীশ ৰঞ্জন গগৈ।

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে গগৈক এই পদত নিযুক্তি দিয়া বুলি বৃহস্পতিবাৰে আইন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।

Apply Now

বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ পিছতে অহা ৩ অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৬ সংখ্যক মুখ্য বিচাৰপতিৰূপে শপত ল’ব ন্যায়াধীশ গগৈয়ে।

মুখ্য ন্যায়াধীশ মিশ্ৰই ন্যায়াধীশ গগৈক উত্তৰসূৰীৰূপে মনোনীত কৰিছিল।

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমনৰ বিচাৰপীঠৰ নিৰীক্ষণতে হৈ আছে।

২০১৯ চনৰ ১৭ নবেম্বৰত অৱসৰ ল’ব লগা গগৈ মুখ্য ন্যায়াধীশৰ পদত ১ বছৰ, ১ মাহ আৰু ১৪ দিন থাকিব।

লগতে পঢ়ক: দেশৰ মুখ্য বিচাৰপতি হোৱাৰ দিশে ন্যায়াধীশ ৰঞ্জন গগৈ

সৰ্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন পীঠসমূহক গোচৰ আবণ্টনৰ প্ৰক্ৰিয়াৰ লগতে বিভিন্ন বিষয়ত মুখ্য ন্যায়াধীশ মিশ্ৰক সমালোচনা কৰি এই বছৰৰ জানুৱাৰিত নতুন দিল্লীত ন্যায়াধীশ গগৈৰ লগতে আন তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে আয়োজন কৰা অভূতপূৰ্ব সংবাদ মেলখনৰ পিছত গগৈক মুখ্য ন্যায়াধীশৰূপে নিযুক্তিৰ ক্ষেত্ৰত আশংকা আহি পৰিছিল।

ভাৰতৰ ন্যায়িক ইতিহাসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে সংবাদ মেল দিয়াৰ দৰে ঘটনা কেতিয়াও ঘটা নাছিল।

ন্যায়াধীশ গগৈৰ দেউতাক অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ।

ডিব্ৰুগড়ত ১৯৫৪ চনৰ ১৮ নবেম্বৰত জন্ম লোৱা গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰূপে ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰিত নিযুক্তি পোৱা গগৈক ২০১০ চনৰ ৯ ছেপ্তেম্বৰত পঞ্জাৱ আৰু হাৰিয়ানাৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল।

পিছলৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধীস্থিত হোৱা গগৈ ২০১২ চনৰ ২৩ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd