• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩জন প্ৰাক্তন বিষয়া আৰু ১গৰাকী গায়িকাৰ প্ৰদেশ কংগ্ৰেছত যোগদান; গায়িকাক নিজৰ দলত পাই হাঁহি বিৰিঙিল ৰিপুণ বৰাৰ মুখত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2018 9:00 pm
Congress

ৰাজীৱ ভৱনত ১৪ ছেপ্তেম্বৰত এগৰাকী শিল্পী ৰুমী অঞ্জনা চৌধুৰীয়ে দলটোত যোগদান কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ এতিয়া ভাল দিন বুলি ক’ব পৰা অৱস্থা নহয়। তাৰ পিছতো শুকুৰবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৩জনকৈ প্ৰাক্তন বিষয়াকে ধৰি এগৰাকী গায়িকাই দলটোত যোগদান কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মুখত হাঁহি বিৰিঙেছে।

কেৱল সেয়াই নহয়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই আজি আমাৰ সাংবাদিকৰ আগত কয় যে নতুন মুখে প্ৰদেশ কংগ্ৰেছৰ বল বঢ়াইছে।

Apply Now

উল্লেখযোগ্য যে আজি গুৱাহাটীত থকা ৰাজীৱ ভৱনত এই নেতৃস্থানীয় লোককেইজনে দলটোত যোগদান কৰে। দলটোত যোগদান কৰা প্ৰাক্তন বিষয়াকেইজন হ’ল ক্ৰমে যোগেশ পেগু, কামেশ্বৰ গাজলো আৰু নেত্ৰৰঞ্জন।

আনহাতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ একালৰ নিয়মীয়া শিল্পী ৰুমী অঞ্জনা চৌধুৰীয়েও একেটা অনুষ্ঠানতে দলটোত যোগদান কৰে।

ইয়াৰে যোগেশ পেগু হৈছে ৩২ বছৰতকৈ অধিক কাল সেৱা আগবঢ়োৱা আয়কৰ বিভাগৰ এগৰাকী প্ৰাক্তন ৰাজহ বিষয়া। তেওঁ দিল্লীৰ আয়কৰ বিভাগৰ প্ৰাক্তন মুখ্য আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

কামেশ্বৰ গাজলো চাহ কৰ্মচাৰী কল্যাণ পৰিষদৰ এগৰাকী প্ৰাক্তন আয়ুক্ত আৰু নেত্ৰৰঞ্জন এগৰাকী ষ্টেইট বেংকৰ প্ৰাক্তন প্ৰবেশ্যনেৰি বিষয়া।

কংগ্ৰেছ দলটোত যোগদান কৰিয়েই যোগেশ পেগুৱে আজি বিজেপি দলৰ সমালোচনাত মুখৰ হৈ পৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় “বিজেপি চৰকাৰে অসম তথা ভাৰতৰ জনসাধাৰণক যি পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল, সেই সপোনসমূহৰ এটাও পূৰণ কৰিব নোৱাৰিলে। তথা তাৰ বিপৰীতে জনসাধাৰণৰ ওপৰত মাধমাৰ শোধোৱা কেতবোৰ কাম আৰু সিদ্ধান্তহে গ্ৰহণ কৰিছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

তেওঁ লগতে কয় “মোদী চৰকাৰে যিধৰণে দেশ চলোৱা আৰম্ভ কৰিছে, তাৰ পৰিণতিত দেশৰ জনসাধাৰণৰ মাজত থকা সম্প্ৰীতি নাইকিয়া হৈ যাব। বিজেপি চৰকাৰে অৰাজকতা সৃষ্টি কৰাৰ আশংকা আছে।”

আনহাতে, যোগদানকাৰী নেত্ৰৰঞ্জনে সংবাদ মাধ্যমৰ আগত কয় “মোদী চৰকাৰৰ চাৰিবছৰীয়া শাসনত ভাষণ শুনিলো, কিন্তু পৰিৱৰ্তনৰ ফল দেখা নাপালো। কংগ্ৰেছেহে পৰিৱৰ্তন আনিব বুলি মই নিশ্চিত।”

তেওঁ লগতে মোদী চৰকাৰক সমালোচনা কৰি কয়, “সাধাৰণ জনতাই মোদীৰ জুমলা ভাষণ শুনি ভাগৰি পৰিছে, তেওঁলোকক এতিয়া ফলাফল লাগে।”

আনহাতে, গায়িকা ৰুমী অঞ্জনা চৌধুৰীয়েও কংগ্ৰেছ দলত থাকি নিষ্ঠাৰে নিজৰ সেৱা আগ বঢ়াই যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়।

ইফালে, এগৰাকী শিল্পী হিচাপে ৰুমী অঞ্জনা চৌধুৰীৰ পৰা দলে বহুখিনি আশা কৰিছে বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

তেওঁ কয়, “অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা নিজাববীয়া সাংস্কৃতিক বিভাগ আছে। উক্ত বিভাগত ৰুমী অঞ্জনা চৌধুৰীক অন্তৰ্ভুক্ত কৰিম। অনাগত দিনত বিজেপি আৰু আৰ এছ এছক ৰুধিবৰ কাৰণে কৰা সংগ্ৰামৰ অংশ হিচাপে গীত-মাতেৰে মানুহৰ মনত চৌধুৰীয়ে এই ভাব জগাই তুলাৰ অংশীদাৰ হ’ব।”

ইফালে আজি বি টি এডিৰো ২১গৰাকী লোকে কংগ্ৰেছ দলত যোগদান কৰা বুলি জনাইছে দলৰ সূত্ৰই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd