• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি এছ চি কেলেংকাৰি : ২০জন বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ চাৰ্জশ্বিট দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2018 9:40 am
19-07-18-Guwahati-APSC-scam-accuse-produce-court-570x320
189
VIEWS
Share on FacebookShare on Twitter

এপিএছচিৰ গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ২০ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীয়ে বিশেষ আদালতত অভিযোগনামা দাখিল কৰে। আৰক্ষীয়ে এই গোচৰত আদালতত দাখিল কৰা এইখন হৈছে সপ্তমখন অভিযোগনামা।

উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত অসম আৰক্ষীৰ বিশেষ শাখাত জেৰাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে মাতি অনা ১৯ জন এচিএছ-এপিএছ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ মাজত বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা এপিএছ পল্লৱী শৰ্মাও আছিল।

আনহাতে, ইয়াৰ এসপ্তাহৰ ভিতৰতে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ তদন্তকাৰী গোটে ৰাজসাক্ষী হ’বলৈ বিচৰা তথা বক্ৰপথেৰে এপিএছৰ চাকৰি লোৱা কবিতা দাসসহ দুই দালাল ক্ৰমে শৈলেন শৰ্মা বৰুৱা আৰু সুৰজিত বৰুৱাক গুৱাহাটী আৰু মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমান ন্যায়িক জিম্মাত থকা ২২ জন অভিযুক্তৰ গ্ৰেপ্তাৰৰ দুমাহলৈ মাত্ৰ কেইটামান দিনহে বাকী থকা অৱস্থাত শুকুৰবাৰে আৰক্ষীয়ে ২০ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

তদন্তকাৰী বিষয়া পানেচৰে সদৰী কৰা অনুসৰি অধিবক্তা শৈলেন শৰ্মা বৰুৱা আৰু সুৰজিত বৰুৱাৰ বিৰুদ্ধেও অচিৰেই অভিযোগনামা দাখিল কৰা হ’ব।

প্ৰায় অন্তিম পৰ্যায়ত আহি উপনীত হোৱা এপিএছচি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াত  ফৰেনছিক লেব’ৰেটৰীৰ পৰা প্ৰায় সকলো প্ৰতিবেদন বৰ্তমান ঘূৰি আহিছে আৰু ইয়াৰ পৰীক্ষণ চলি আছে।

Recent News

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd