• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছশাসিত মিজোৰামত অসম-সৃদশ ৰাজনৈতিক পৰিস্থিতিৰ উকমুকনি!!

'মুখ্য মন্ত্ৰীৰ বিশ্বস্ত'ৰ বিদ্ৰোহ আৰু বহিষ্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2018 4:19 pm
Lalzirliana-570x320
165
VIEWS
Share on FacebookShare on Twitter

মিজোৰামত শেহতীয়াভাৱে হৈ থকা ৰাজনৈতিক পৰিঘটনাবোৰত নতুন মোৰ দেখা গৈছে আৰু এইবোৰত অসম-সৃদশ পৰিস্থিতিৰ উকমুকনিও দেখা গৈছে।

শেহতীয়া ৰাজনৈতিক অগ্ৰগতিত আজি মিজোৰাম কংগ্ৰেছে ৰাজ্যখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী আৰু দলটোৰ উপ-সভাপতি আৰ লালজিৰলিয়ানাক দলৰ পৰা বহিষ্কাৰ কৰিছে।

এখন সংবাদমেল সম্বোধন কৰি মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ দলটোৰ অনুশাসন কমিটীৰ সভাপতি চি লালপিয়ানথাংগাই কয় যে দলে তেওঁক বহিষ্কাৰ নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত এইটো অনিবাৰ্য্য হৈ পৰিল।

“বিৰোধীৰ আসনত থকাৰ সময়ত তেওঁ দলৰ মূল স্তম্ভ স্বৰূপ আছিল আৰু আমাৰ চালিকা শক্তি আছিল। কিন্তু দলৰ বৃহত্তৰ স্বাৰ্থত আমি এই নিৰ্দেশটো দিব লগীয়া হ’ল।” চি লালপিয়ানথাংগাই কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে স্থানীয় সংবাদমাধ্যমত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে দলে তেওঁলৈ কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছিল।

কিন্তু তেওঁ উত্তৰ দিয়াৰ পৰিৱৰ্তে নিজৰ গৃহ মন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দিয়ে।

আন এটা মন কৰিব লগীয়া কথা যে পদত্যাগ পত্ৰ দিয়াৰ পিছতে তেওঁৰ বাসগৃহত তেওঁক মেঘালয়ৰ এন পি পি চৰকাৰৰ উপ মুখ্য মন্ত্ৰী প্ৰেছটন টিনচঙে সাক্ষাৎ কৰাটোও ৰাজনৈতিকভাৱে অতি তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

এই গোটেই ঘটনাক্ৰমক অসমত বিগত কংগ্ৰেছ চৰকাৰৰ শেহৰ দিনকেইটাৰ সৈতে তুলনা কৰিব পাৰি। ড০ হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ মুখ্য মন্ত্ৰীৰ দীৰ্ঘদিনীয়া বিশ্বাসী তথা সোঁহাতস্বৰূপ মন্ত্ৰী হিচাপে বিদ্ৰোহত নমাৰ দৰে আৰ লালজিৰলিয়ানাও আছিল মিজোৰামৰ মুখ্য মন্ত্ৰী লালথানৱালাৰ অতি বিশ্বস্ত লোক। তেওঁ ২০০৮ চনৰ পৰাই মুখ্য মন্ত্ৰীৰ সোঁহাত স্বৰূপ হৈ ভূমিকা লৈ আহিছিল।

এই ঘটনাক্ৰমে এই বছৰতে নিৰ্বাচন হ’ব লগীয়া আৰু ৪০খন বিধানসভাৰ আসন থকা ৰাজ্যখনৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ একমাত্ৰ মিজোৰামতে কংগ্ৰেছ দলটোৰ শাসন আছে।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd