• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইত হিজবুল মুজাহীদিনৰ ৩জন সন্দেহজনক জেহাদীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2018 6:58 pm
Hizbul-Mujaheedin-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেহাদীৰ সন্দেহত হোজাই আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে। এওঁলোকক গ্ৰেপ্তাৰৰ লগে লগে হিজবুল মুজাহীদিনৰ সৈতে সম্পৰ্কিত গ্ৰেপ্তাৰৰ সংখ্যা ৭জন হৈছেগৈ।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কেইজন হৈছে ৰিয়াজুদ্দিন ভুঞা, জয়নাল আহমেদ আৰু বাহৰুল ইছলাম। ৰিআয়াজুদ্দিনক কছুৱাৰ পৰা আৰু জয়নাল আৰু বাহৰুলক যমুনামুখত গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

৩জন জেহাদীৰ গ্ৰেপ্তাৰৰ সৈতে সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহীদিনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত অসমত এতিয়ালৈকে  ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদ বিৰোধী গোটে (Anti-Terrorist Squad) হিজবুল মুজাহীদিনৰ সদস্য কামাৰ-উজ-জামানক উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। হোজাইৰ যমুনামুখৰ বাসিন্দা কামাৰ-উজ-জামানক গ্ৰেপ্তাৰৰ পাছত ক্ৰমে তেওঁৰ ৩জন সহযোগী শ্বাহনাৱাজ আলম, ওমৰ ফাৰুক আৰু ছাইদুল আলমক গ্ৰেপ্তাৰ কৰিছিল।

এই সম্পৰ্কে অনুসন্ধান কৰাৰ বাবে উত্তৰ প্ৰদেশৰ পৰা সন্ত্ৰাসবাদ বিৰোধী গোটৰ এটা দল ইতিমধ্যে লংকা আৰক্ষী থানা আহি পাইছে।

লাভ কৰা তথ্য অনুসৰি, হিজবুল মুজাহীদিনৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ বাবে পৰিকল্পনা কৰা জামানে যোৱা মাহত অসমলৈ আহোঁতে কছুৱাৰ বান্দুৰা-আঁটীত থকা ৰিয়াজুদ্দিনৰ ঘৰত আছিল।

আৰক্ষীয়ে কামাৰ-উজ-জামানৰ ককায়েক ছাইফুল ইছলামক লংকা আৰক্ষী থানাত জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।

আনহাতে, গুৱাহাটী আৰক্ষীয়ে বৰ্নিহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হিজবুল মুজাহীদিনৰ সন্দেহজনক লিংকমেন ওমৰ ফাৰুকক ডবকা আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।.

তাৰোপৰি, হোজাইৰ লংকাৰ বাসিন্দা ছাইদুল আলমক হোজাই আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

বালিৰামপথাৰৰ বাসিন্দা শ্বাহনাৱাজ আলমক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। জামানক ছেপ্টেম্বৰৰ ১৩ তাৰিখে আৰু হোজাইৰ শোলমাৰাৰ ওমৰ ফাৰুকক ১৫ ছেপেটেম্বৰত সন্ধিয়া ৫-০০বজাত গ্ৰেপ্তাৰ কৰিছিল। ফাৰুকে আনন্দ মেলাত ঘূৰ্ণীয়মান খেলনা গাড়ীৰ কৰ্মী হিচাপে কাম কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd