• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত ‘বিষ্ময় বালক’ অয়ন গগৈৰ আলোকচিত্ৰ প্ৰদৰ্শনী

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
September 17, 2018 8:37 pm
Ayan Gogoi Gohain (4)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অয়ন গগৈ গোহাঞি নামৰ ৪ বছৰীয়া শিশুটোৱে তোলা এলনি আলোকচিত্ৰৰ প্ৰদৰ্শনীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অয়ন হৈছে উত্তৰ লখিমপুৰ জিলাৰ নাকাৰিৰ জিন্তু গোহাঞি আৰু সংগীতা গগৈৰ সন্তান।

শিশু ফটোগ্ৰাফাৰগৰাকীয়ে তোলা প্ৰায় তিনি শতাধিক আলোকচিত্ৰ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত প্ৰদৰ্শন কৰা হৈছে।

Apply Now

এই আলোকচিত্ৰৰ প্ৰদৰ্শনীখন উন্মোচন কৰিছে অয়নৰ ককাক অৱসৰপ্ৰাপ্ত বেংক বিষয়া পূৰ্ণকান্ত গগৈয়ে। এই আলোকচিত্ৰ প্ৰদৰ্শনীখন চাবলৈ শ শ লোকে ভীৰ কৰাটো পৰিলক্ষিত হৈছে। উল্লেখ্য যে হনিক’ম (Honeycomb) দেশৰ ভিতৰতে কম বয়সীয়া লিখক হিচাপে অয়নে ‘ইণ্ডিয়া বুক অব ৰেকৰ্ডছ’ত স্থান লাভ কৰিছে।

অয়নে তেওঁ লিখা কিতাপখনৰ পৰা ৰয়েল্টি হিচাপে লাভ কৰা ধনখিনি গছপুলি ৰোপণত ব্যয় কৰিছে। অয়নক অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া টুমোৰো’জ ইণ্ডিয়া গ্ৰবেল ছামিটত (Tomorrow’s India Global Summit) অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে।

বৰ্তমান অয়নে তেওঁৰ পিতৃ-মাতৃৰ সৈতে মিজোৰামৰ আইজলত বাস কৰি আছে। আলোকচিত্ৰ প্ৰদৰ্শনীখনত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ তৰফৰ অয়নক সম্বৰ্ধনা জনোৱা হয়।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd