• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাফেল চুক্তিত দুৰ্নীতি : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
September 18, 2018 2:39 pm
b0343234-d467-42a1-a912-0b413d8b8ebe

ৰাফেল চুক্তিত দুৰ্নীতিৰ অভিযোগ তুলি বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত ৰাফেল চুক্তিত বৃহৎ পৰিমাণৰ কেলেংকাৰি হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ দলে আজি বৰপেটাত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। আজি দিনৰ ১১ বজাত কংগ্ৰেছৰ নেতা কৰ্মী সকলে বৰপেটাৰ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

সমদলকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ পৰা আৱৰ্ত ভৱনলৈ ৰাওনা হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই জনায় যে, ইউ পি এ চৰকাৰে ২০১২ বৰ্ষৰ ১২ ডিচেম্বৰত ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ নিবিদাত প্ৰতিখন বিমানত ৫২৬•১০ কৌটি টকাকৈ ধাৰ্য কৰিছিল যদিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন বিমান ৫২৬•১০ কৌটি টকাৰ পৰিবৰ্তে ১৬৭০•৭০ কৌটি টকাকৈ ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা বুলি কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷

Apply Now

কাৰ স্বাৰ্থত প্ৰতিখন বিমানত অতিৰিক্ত ভাবে ১১৪৪•৬০ কৌটি টকা অতিৰিক্তভাবে ভৰিব লগা হ’ল বুলি প্ৰধান মন্ত্ৰীলৈ প্ৰশ্ন তোলে জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ বিমান ক্ৰয় আৰু মেৰামতিৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান “হিন্দুস্তান এৰোনেটিকচ লিমিটেড”ক একাষৰীয়া কৰি অনিল আম্বানীৰ কোম্পানী “ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানী”ক বিমান ক্ৰয়ৰ বাবে দায়িত্ব প্ৰদানৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া দেশবাসীয়ে জানিবলৈ ইচ্ছুক হৈ থকা বুলি কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

বিমান ক্ৰয়ৰ চুক্তি কৰাৰ মাথোঁ ১২দিন পূৰ্বে গঠন কৰা ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানীক ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ দায়িত্ব প্ৰদান কৰি দেশৰ প্ৰতিৰক্ষাৰ লগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আপোচ কৰা বুলি তেওঁ অভিযোগ কৰে ৷ দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত এই বিষয়টো অতিশীঘ্ৰে সংসদীয় যুটীয়া কমিটিক অৰ্পণ কৰাৰ বাবেও দাবী তোলে জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ দলে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খান, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক( প্ৰশাসন) ৱাজেদ আলী আনচাৰী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে পাঁচ শতাধিক নেতা কৰ্মী উপস্থিত থাকে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd