• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই-টেণ্ডাৰিং সন্দৰ্ভত অভিযোগৰ আঙুলি জল সম্পদ ঠিকাদাৰ সন্থাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
September 20, 2018 6:51 pm
IMG_20180920_140041510
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই ১৯ ছেপ্টেম্বৰত অভিযোগ কৰিছে যে তেওঁলোকে জল সম্পদ বিভাগৰ পৰা কোনো ই-টেণ্ডাৰিঙৰ জাননী পোৱা নাই।

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থা আৰু ডিব্ৰুগড় সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এই বিষয়ত এখন সংবাদমেলৰ আয়োজন কৰিছে। সংবাদমেলখনত সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাৰ সম্পাদক মুহি বৰগোহাঞিয়ে  জনাইছে, ”বিভাগে কোনো ই-টেণ্ডাৰিং দিয়া নাই আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা কিছু সংখ্যক বৃহৎ ঠিকাদাৰে ডাঙৰ ডাঙৰ ঠিকা লাভ কৰিছে। বিভাগটোত ই-টেণ্ডাৰিঙৰ প্ৰক্ৰিয়াৰ কোনো লিখিত জাননী নাই। আমি যিহেতু কামখিনি সম্পাদন কৰোঁ সেয়েহে বিভাগে আমাৰ সৈতে বিষয়টো আলোচনা কৰা দৰকাৰ।”

Apply Now

উল্লেখ্য যে ১০ ছেপ্টেম্বৰত ডিব্ৰুগৰ জল সম্পদ ঠিকাদাৰ সন্থাই স্বজন-তোষণ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট আৰম্ভ কৰিছিল আৰু ১২ ছেপ্টেম্বৰত ধৰ্মঘট উঠাই লৈছিল।

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই বিষয়টোৰ ওপৰত মুখ্য মন্ত্ৰী সোণোৱালৰ হস্তক্ষেপ বিছাৰিছে।

সন্থাৰ সভাপতিগৰাকীয়ে কৈছে যে ১২ ছেপ্টেম্বৰত তাৰিখে জল সম্পদ বিভাগে তেওঁলোকৰ অধিকাংশ দাবীয়েই মানি লৈছিল ‘বিগ পেকেজ’ সম্পৰ্কীয় দাবী অতি শীঘ্ৰেই পূৰণ কৰাৰ লিখিত আশ্বাস দিছিল যদিও আজি পৰ্যন্ত মূল দাবীটো সমাধান কৰাৰ ওপৰত আলোচনা কৰা হোৱা নাই।

বৰগোহাঞিয়ে কৈছে যে বিগ পেকেজ ব্যৱস্থাই সৰু ঠিকাদাৰসকলক সমস্যাত পেলাব।

এনে এটা প্ৰকল্প হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত  মুলুকগাঁৱত ব্ৰহ্মপুত্ৰৰ স্পীল চেনেলসমূহৰ পৰা ‘ভূমি পুনৰুদ্ধাৰ’ৰ আঁচনিৰ  ৪০ লাখ টকীয়া প্ৰকল্পৰ এটা ঠিকা নিয়ম বহিৰ্ভুতভাৱে এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

একেদৰে ৪৬.৯৮ লাখ টকীয়া ৪ কি:মি:ৰ বগীবিল আইথান ৰিঙৰ বান্ধ পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ ঠিকাও টেণ্ডাৰ অবিহনেই ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

আনকি আকস্মিক পুঁজি আঁচনিসমূহো কোনো ই-টেণ্ডাৰিং অবিহনেই কেইজনমান নিৰ্দিষ্ট ঠিকাদাৰক প্ৰদান কৰা হৈছে। ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ব্যক্তিকহে ঠিকাৰ কাম দি অহা হৈছে বুলি সন্থাই অভিযোগ কৰে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd