• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৮ ছেপ্তেম্বৰৰ ভিতৰত চাহ শ্ৰমিকক পূজাৰ বানচ প্ৰদান কৰিবলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 10:22 pm
IMG-20180920-WA0008 (1)
162
VIEWS
Share on FacebookShare on Twitter

আগন্তুক দুৰ্গা পূজা উপলক্ষে হাইলাকান্দি জিলা প্ৰশাসনে আজি চাহ শ্ৰমিক সন্থা, চাহ সংগঠন আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে শ্ৰমিক সকলৰ পূজা বানচৰ প্রসংগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত উপায়ুক্তগৰাকীয়ে চাহ সংগঠনসমূহ আৰু চাহ বাগিচা কৰ্তৃপক্ষক পূজা বানচৰ প্ৰসংগটো সৌহাৰ্দপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায়। আনহাতে জিলা আৰক্ষী অধীক্ষক মহনিশ মিশ্ৰাইও বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ কয়।

ইফালে চাহ বাগিচা কৰ্তৃপক্ষ আৰু চাহ সংগঠনসমূহে শ্ৰমিকৰ দাবী সমূহ সঠিকভাৱে পৰ্যালোচনা কৰি নিষ্পত্তি কৰিব বুলি আশ্বাস প্ৰদান কৰে।

আনহাতে হাইলাকান্দি শ্ৰম বিষয়া কে এম দেবে অহা ২৮ ছেপ্তেম্বৰৰ ভিতৰত শ্ৰমিকসকলক পূজাৰ বানচ সমূহ প্ৰদান কৰিবলৈ বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। তেওঁ লগতে কয় যে শ্ৰমিক সকলে পূজাৰ বজাৰ কৰিবলৈ কমেও ১০ দিন সময় পাব লাগে। সেয়ে পূজাৰ দহ-পোন্ধৰ দিন আগত বানচ সমূহ দিব লাগে বুলি বৈঠকত বিষয়াগৰাকীয়ে উল্লেখ কৰে।

আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰুথ লিনঠাং, আন এগৰাকী অতিৰিক্ত উপায়ুক্ত এল ফেয়েৰহিম, চক্ৰ বিষয়া, শ্ৰম বিভাগৰ বিষয়াসকলৰ লগতে অন্য বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে ১৯৫১ চনৰ প্লেনটেশ্যন লেবাৰ এক্ট অনুসৰি চাহ শ্ৰমিকসকলে সৰ্বোচ্চ ২০ শতাংশ আৰু সৰ্বনিম্ন ৮.৩৩ শতাংশ বানচ পোৱাটো বাধ্যতামূলক। মন কৰিবলগীয়া যে বৰাক ভেলীত সৰ্বমুঠ ১০৭খন চাহ বাগিচা আছে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd