• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক্ বিদ্যুৎ বিভাগ! নগাঁৱৰ খাটোৱালত আজিও পৰি ৰৈছে যমদূতৰূপী তাঁৰ

মিণ্টু দাস by মিণ্টু দাস
September 22, 2018 2:44 pm
07603113-51e1-4e4b-bf39-a4dfd4166d80

খাটোৱালত এতিয়াও পৰি ৰৈছে উন্মুক্ত বিদ্যুতৰ তাঁৰ। ফটো : নৰ্থইষ্ট নাও

221
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰূপহীহাটৰ খাটোৱালত যিকোনো মুহূৰ্ততে পুনৰ সংঘটিত হ’ব পাৰে আন এক ভয়াৱহ অঘটন। বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই আৰু নিৰীহ লোকে হেৰুৱাবলগীয়া হ’ব পাৰে প্ৰাণ।

শুকুৰবাৰৰ ভয়াৱহ ঘটনাটোৰ পিছত আজিও এনে দুৰ্ভাৱনাই খেদি ফুৰিছে গাঁওখনৰ লোকসকলক। কিয়নো শক্তি মন্ত্ৰী তপন গগৈৰ আশ্বাসক একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত কৰি শনিবাৰেও এই পৰ্যন্ত উন্মুক্ত হৈ পৰি ৰৈছে ৭জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া যমদূতৰূপী তাঁৰডাল।

কেৱল দৰমহাৰ টকা হিচাপ কৰিব জনা ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে কালিৰ ঘটনাটোৰ পৰাও কোনো শিক্ষা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

একাংশ সচেতন লোকে বিভাগটোক ফোনেৰে এই কথা বাৰম্বাৰ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে বিভাগটোৰ অৱহেলাৰ বাবে তাঁৰডাল আজিও উন্মুক্ত হৈ পৰি ৰোৱাত গাঁওখনৰ লোকসকলে পথটোৰ উক্ত ঠাইৰে অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে।

আনহাতে, অভিভাৱকসকলে ল’ৰা-ছোৱালীক সেই তাঁৰডালৰ ওচৰলৈ নাযাবলৈ সকীয়াই দিয়াৰ লগতে তাৰ মাজতে কোনোৱে তালৈ যোৱাৰ আংশকাত বাৰে বাৰে চাই থাকিবলগীয়াত পৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd