• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বিশেষ প্ৰতিনিধি সভা

ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে পুঁজি ঘোষণাৰ দাবী

উত্তম শইকীয়া by উত্তম শইকীয়া
September 23, 2018 11:43 pm
Assam Journalists Association

কাজিৰঙাৰ কহৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বিশেষ প্ৰতিনিধি সভা।

210
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ আজি অনুষ্ঠিত হোৱা বিশেষ প্ৰতিনিধি সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰক এহাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ দাবী জনায় প্ৰতিনিধিসকলে।

কাজিৰঙাৰ কহৰাত অবস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ  কেন্দ্ৰীয় সমিতিৰ  সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত ৰাজ্যখনৰ যোৰহাট, শিৱসাগৰ , দৰং , উদালগুৰি,  কাৰ্বি আংলং আদি কৰি প্ৰায় ১৮খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত সন্থাৰ সংবিধান সংশোধন সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞলত ইক’-ছেনছিটিভ জ’ন আৰু  ন’ ডেভেলপমেন্ট জ’নৰ দূৰত্ব হ্ৰাস কৰা, কাজিৰঙাত সাংবাদিকসকলৰ বাবে অতিথি গৃহ নিৰ্মাণ কৰা, প্ৰতিখন মহাবিদ্যালয়ত যোগাযোগ পাঠ্যক্ৰম আৰম্ভ কৰা,  মাজাঠিয়া আয়োগৰ মতে সকলো সাংবাদিকক দৰমহা দিয়াৰ ব্যৱস্থা কৰা আৰু ৰাজ্যখনৰ সকলো বিশেষকৈ মফচলীয সাংবাদিকক চৰকাৰী পৰিচয় পত্ৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই দাবীসমূহ ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব বুলি সম্পাদক ৰাতুল বৰাই জানিবলৈ দিয়ে।

আজিৰ এই বিশেষ প্ৰতিনিধি সভাখন গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

অন্যহাতে আজি অনুষ্ঠানৰ পূৰ্বে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ তৰফৰ পৰা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয সমিতিৰ সমূহ বিষয়ববীয়াক একোখনকৈ গামোচা আৰু এটাকৈ কঠেৰে নিৰ্মিত গঁড়ৰ স্মাৰকেৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত কাজিৰঙা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বৰগীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd