• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱেম্বৰত কাৰ্যক্ষম হৈ উঠিব ৰাজ্যখনৰ প্ৰথমটো চি এন জি ষ্টেশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 11:27 am
cng-dibrugarh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্রুগড়ৰ চৌকিডিংগিত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ সমুখতে অসম গেছ কোম্পানী লিমিটেডে নির্মাণ কৰি আছে এটা চি এন জি ষ্টেশ্যন। চি এন জি অৰ্থাৎ কম্প্ৰেছ নেচাৰেল গেছ বৰ্তমান ইন্ধন হিচাপে পৰিৱেশ উপযোগী হোৱাৰ লগতে কম খৰচী হোৱাত ইয়াক ব্যৱহাৰ কৰিবলৈ সকলোৱে উৎসাহিত হ’ব।

সম্প্ৰতি যি হাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ লৈছে তালৈ চাই চি এন জিৰ আগমনে ৰাইজক সকাহ দিয়াৰ সম্ভাৱনা আছে। ইপিনে ডিব্রুগড়ত  নির্মাণ কৰি থকা অসমৰ প্রথমটো চি এন জি ষ্টেশ্যন অহা নৱেম্বৰ মাহত কার্যক্ষম হৈ উঠিব।

Apply Now

উল্লেখযোগ্য যে  ২০১৭’ৰ নৱেম্বৰ মাহৰ পৰা এই ষ্টেশ্যনৰ নির্মাণকার্য চলি আছে। এই ষ্টেশ্যনটোত প্ৰাৰম্ভিক পৰ্যায়ত দৈনিক ৪০০ যান-বাহনে চি এন জিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শর্মাই জানিব দিয়ে যে এই চি এন জি ষ্টেশ্যনটোৰ নির্মাণকার্য প্রায় সম্পূর্ণ হোৱাৰ পথত। অহা নৱেম্বৰ মাহত ইয়াৰ শুভাৰম্ভ কৰাৰ আশা কৰা হৈছে। তেওঁ জানিবলৈ দিয়া মতে ডিব্রুগড়ৰ আৰু দুঠাইত চি এন জি ষ্টেশ্যন স্থাপনৰ পৰিকল্পনা লোৱা হৈছে। তদুপৰি শৰ্মাই জানিব দিয়া মতে অসম গেছ কোম্পানী লিমিটেডে তিনিচুকীয়া, মৰাণ, শিৱসাগৰ আৰু যোৰহাটতো চি এন জি ষ্টেছন স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

আনহাতে, চি এন জিৰ সুবিধা পাবলৈ হ’লে যান-বাহনৰ গৰাকীয়ে বাহনত চি এন জি কিট এটা স্থাপন কৰিব লাগিব। চি এন জি ইন্ধন প্রতি কেজিত ৪২ টকা ধার্য কৰা হৈছে। পেট্রলৰ মূল্য প্রতি লিটাৰত প্ৰায়  ৯০ টকা আৰু ডিজেলৰ মূল্য ৮০ টকা স্পৰ্শ কৰিবলৈ আগবঢ়াৰ সময়ত চি এন জিৰ সুলভ দৰে জনসাধাৰণক উপকৃত কৰিব।

তদুপৰি, এক লিটাৰ পেট্রলৰ তুলনাত এক কেজি চি এন জিৰে এখন বাহনত অধিক দূৰত্ব যাত্রা কৰিব পৰা যাব। গতিকে গ্রাহকে ইন্ধনৰ দাম আৰু দূৰত্ব দুই দিশৰ পৰাই উপকৃত হ’ব। প্রদূষণ নিয়ন্ত্রণৰ প্ৰতি লক্ষ্য ৰাখি অসম গেছ কোম্পানী লিমিটেডে প্রথমতে স্কুলভান আৰু অট’ৰিক্সাসমূহক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে৷

উল্লেখযোগ্য যে বৰ্তমান উত্তৰ-পূর্বাঞ্চলৰ একমাত্ৰ ত্রিপুৰাতহে চি এন জি ষ্টেশ্যন আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd